Nojoto: Largest Storytelling Platform

স্বাৰ্থ নোহোৱাকৈ কোনো কথা-বতৰা পতা মানুহো নোপোৱা ই

স্বাৰ্থ নোহোৱাকৈ কোনো কথা-বতৰা পতা মানুহো
নোপোৱা ইয়াতে।
ইয়াত মানুহবোৰে হৃদয়ৰ মাজতো মগজুবোৰ লৈ হে 
ঘূৰি ফুৰে।
স্বাৰ্থ নোহোৱাকৈ কোনো কথা-বতৰা পতা মানুহো
নোপোৱা ইয়াতে।
ইয়াত মানুহবোৰে হৃদয়ৰ মাজতো মগজুবোৰ লৈ হে 
ঘূৰি ফুৰে।
dhirajnath2638

dhiraj nath

New Creator