Nojoto: Largest Storytelling Platform

#OpenPoetry (বিষন্ন মনৰ আনন্দ)

#OpenPoetry (বিষন্ন মনৰ আনন্দ)
                                  (বিপাশা বৰা)
আজি বিষন্নতা মনৰনো
কিহৰ আনন্দ,
হৰ্ঠাৎ নিৰানন্দবিহীন
হ'ব ধৰিছে।
বিশ্ব প্ৰেমিকৰ মনত দেখো
আজি বিষন্নতা হেৰাই গৈছে।
বিশ্ব সংসাৰো দেখোন 
যশশ্ৰী হৈ পৰিছে,
আজি দেখোন যান্ত্ৰিকতাই 
সকলোকে গিলি পেলাইছে,
আজি যেন সেই আনন্দ যান্ত্ৰিকতাৰহে
আজি যেন সেই সুখ  খন্তেকিয়াহে।

৭
#OpenPoetry (বিষন্ন মনৰ আনন্দ)
                                  (বিপাশা বৰা)
আজি বিষন্নতা মনৰনো
কিহৰ আনন্দ,
হৰ্ঠাৎ নিৰানন্দবিহীন
হ'ব ধৰিছে।
বিশ্ব প্ৰেমিকৰ মনত দেখো
আজি বিষন্নতা হেৰাই গৈছে।
বিশ্ব সংসাৰো দেখোন 
যশশ্ৰী হৈ পৰিছে,
আজি দেখোন যান্ত্ৰিকতাই 
সকলোকে গিলি পেলাইছে,
আজি যেন সেই আনন্দ যান্ত্ৰিকতাৰহে
আজি যেন সেই সুখ  খন্তেকিয়াহে।

৭