Nojoto: Largest Storytelling Platform

#OpenPoetry (জীৱন বাটত মই বৰ অকলসৰীয়া) অই সোনাৰু

#OpenPoetry (জীৱন বাটত মই বৰ অকলসৰীয়া)
অই সোনাৰু                                   
তই হালধীয়া যে,              
ৰঙা ন'হলি কিয়?           (বিপাশা বৰা)
পলাশৰ সেই                    
ৰঙা ৰংবোৰ,                   
মোৰ বৰ প্ৰিয়.....           
অ..                                       
পলাশৰ সেয়া           
ৰঙা ৰং নহয়,          
সেয়া মোৰ কলিজাৰ            
ৰঙা তেজ....        
 অই পলাশ শুনা পাইছনে?       
কেনেকৈ শুনিবি তই বিষাদৰ গান......        
মোৰ...                   
আলসুৱা সপোনৰ দলিচাত
নামি আহিছে অন্ধকাৰ
চাৰিওফালে অন্ধকাৰ
উদ্ধাৰ কৰিব পৰা কোনো নাই,
মই বৰ অকলসৰীয়া।
#OpenPoetry (জীৱন বাটত মই বৰ অকলসৰীয়া)
অই সোনাৰু                                   
তই হালধীয়া যে,              
ৰঙা ন'হলি কিয়?           (বিপাশা বৰা)
পলাশৰ সেই                    
ৰঙা ৰংবোৰ,                   
মোৰ বৰ প্ৰিয়.....           
অ..                                       
পলাশৰ সেয়া           
ৰঙা ৰং নহয়,          
সেয়া মোৰ কলিজাৰ            
ৰঙা তেজ....        
 অই পলাশ শুনা পাইছনে?       
কেনেকৈ শুনিবি তই বিষাদৰ গান......        
মোৰ...                   
আলসুৱা সপোনৰ দলিচাত
নামি আহিছে অন্ধকাৰ
চাৰিওফালে অন্ধকাৰ
উদ্ধাৰ কৰিব পৰা কোনো নাই,
মই বৰ অকলসৰীয়া।
Home
Explore
Events
Notification
Profile