Nojoto: Largest Storytelling Platform

॥তুমি বিহীন জীৱন॥ তোমাৰ বিবেকহীন সপোনৰ আৰেৰে, চটি

॥তুমি বিহীন জীৱন॥
তোমাৰ বিবেকহীন 
সপোনৰ আৰেৰে,
চটিয়াই নিব বিচাৰো
মৰমৰ নৈ-খন।
তুমি বিহীন জীৱনৰ
অচিনাকী সাকো পাৰ হৈ,
নোৱাৰিছো আজি 
আগবাঢ়ি যাৱ।
তুমি বিহীনতাত 
হেৰাই যায় সকলোবোৰ,
মাঁথো সঁহাৰি বিচাৰি
হাঁহাকাৰ কৰো।
কিয় হেৰাই গ'ল আজি
তোমাৰ ছাঞাবোৰ,
আৰু ক'ত গ'ল
তোমাৰ সেই সুবাস। #Inspiration
॥তুমি বিহীন জীৱন॥
তোমাৰ বিবেকহীন 
সপোনৰ আৰেৰে,
চটিয়াই নিব বিচাৰো
মৰমৰ নৈ-খন।
তুমি বিহীন জীৱনৰ
অচিনাকী সাকো পাৰ হৈ,
নোৱাৰিছো আজি 
আগবাঢ়ি যাৱ।
তুমি বিহীনতাত 
হেৰাই যায় সকলোবোৰ,
মাঁথো সঁহাৰি বিচাৰি
হাঁহাকাৰ কৰো।
কিয় হেৰাই গ'ল আজি
তোমাৰ ছাঞাবোৰ,
আৰু ক'ত গ'ল
তোমাৰ সেই সুবাস। #Inspiration