Nojoto: Largest Storytelling Platform

সেই বৰষাজাকত তিতাৰ স্মৃতিয়ে আজিৰ বৰষাজাকতো মোক বাউ

সেই বৰষাজাকত তিতাৰ স্মৃতিয়ে আজিৰ বৰষাজাকতো মোক বাউলি কৰিছিল....
পাৰ্থক্য মাথো এটাই সেই বৰষাজাক বতৰৰ বৰষা নাছিল ,
 আছিল মাথো কল্পনাৰ বৰষা কিন্তু তাত তুমি মই দুয়ো তিতি আছিলো..
কিন্তু আজিৰ বৰষাজাকৰ টোপালবোৰে মোৰ দেহ স্পৰ্শ কৰি গৈছিল কিন্তু তাত মোৰ লগত আৰু কল্পনাত কত'য়ে তুমি নাছিলা.. #assamesepoem #rainpoem