Nojoto: Largest Storytelling Platform

বহুত দিনৰ মূৰত ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই চালো সন্

বহুত দিনৰ মূৰত ডায়েৰীৰ 
পৃষ্ঠাবোৰ লুটিয়াই চালো সন্তৰ্পণে  তোমালৈ মনত পেলাই ৷
তোমাৰ ভালপোৱা বোৰক বিচাৰিছো নে তুমি কৰা অপমানবোৰ বিচাৰি নাজানো 
এটি অবুজ সাথঁৰ হৈ ৰয় মোৰ মণিকোঠাত ৷৷
            পৰীস্মিতা গগৈ দত্ত
                     সুপ্ৰভাত

©Parishmita Gogoi #reading