Nojoto: Largest Storytelling Platform
firdusrahmanprad2347
  • 12Stories
  • 25Followers
  • 46Love
    0Views

Firdus Rahman Pradhani

  • Popular
  • Latest
  • Video
0f9cf3b02d0db2d89c249a493d0d75db

Firdus Rahman Pradhani

#DearZindagi মন দিলুঙ যাক । হায় প্ৰান দিলুঙ যাক ।
তাইও আজি গেইল চাৰিয়া ।
ধৰি অন্নেৰ হাত ।
    😭😭😭😭😭 দুখ

দুখ #DearZindagi

2 Love

0f9cf3b02d0db2d89c249a493d0d75db

Firdus Rahman Pradhani

ধনী অাৰু দুখিয়াৰ মাজৰ এটা পাৰ্থক্য।
ধনী মানুহ খাদ্য হজম হবলৈ দৌৰে ।
অাৰু দুখিয়া মানুহে খাদ্য জোগাৰ কৰিবৰ বাবে দৌৰে…………। দুখ ।

দুখ ।

7 Love

0f9cf3b02d0db2d89c249a493d0d75db

Firdus Rahman Pradhani

এটা কথা সদায় মনত ৰাখিবা।
টকাৰে ঘড়ী কিনিব পাৰি, সময় নোৱাৰি । 
টকাৰে ৰক্ত কিনিব পাৰি , 
প্ৰাণ নোৱাৰি ।
টকাৰে এৰাতিৰ সুখ কিনিব পাৰি , কিন্তু সচাঁ মৰম  ভালপোৱা কিনিব নোৱাৰি । 
টকাৰ কাৰনে মোৰ ভালপোৱাৰ লগত খেলা কৰিলা ন । এদিন এই টকাই তোমাৰ সকলো কাঢ়ি লব ।
কেতিয়াও সুখ নাপাবা তুমি । দুখ ।

দুখ ।

4 Love

0f9cf3b02d0db2d89c249a493d0d75db

Firdus Rahman Pradhani

বেচি লাই দিয়া কুকুৰে গললৈ জপিয়াব খোজে ।সেইবাবে কাকো লাই দিব নালাগে । ৰাস্তাৰে গলে ধেকুৰা কুকুৰ ভুকেই, সেইবোৰক ভয় কৰিব নালাগে ।
নিজৰ লক্ষ্যত গৈ থাকা । কুকুৰ বোৰ নিজেই ভুকা বন্ধ কৰিব ।
🤨🤨🤨🤨🤨🤨 জ

6 Love

0f9cf3b02d0db2d89c249a493d0d75db

Firdus Rahman Pradhani

꧁☆☬FIRDUS☬☆꧂ ff

ff

2 Love

0f9cf3b02d0db2d89c249a493d0d75db

Firdus Rahman Pradhani

সময় সকলোৰে সলনি হয় । মোৰো এদিন সময় আহিব । এটা কথা মনত ৰাখিবা কাৰোবাক কন্দোৱালে নিজেয়ো এদিন কান্দিব লাগে । বিচাৰ

বিচাৰ #विचार

3 Love

0f9cf3b02d0db2d89c249a493d0d75db

Firdus Rahman Pradhani

Dhokha Toh Bohat Logone Khaya Hai..
Lekin Mere jaisa Dhokha Kisine Nehi Khaya....
😉 Sad 😥😥😥

Sad 😥😥😥

4 Love

0f9cf3b02d0db2d89c249a493d0d75db

Firdus Rahman Pradhani

“किस्मत ओर सुबह की नींद – कभी समय पर नहीं खुलती ।” My Motivation

My Motivation

4 Love

0f9cf3b02d0db2d89c249a493d0d75db

Firdus Rahman Pradhani

204 countries,805 Islands,7 seas,7+ Billion people and I’m single!!! Thinking

2 Love

0f9cf3b02d0db2d89c249a493d0d75db

Firdus Rahman Pradhani

Dear heart, please stop getting involved in Everything.Your job is just to pump blood,So stick to it. sad

sad

4 Love

loader
Home
Explore
Events
Notification
Profile