Nojoto: Largest Storytelling Platform
chayanikaborah1651
  • 42Stories
  • 20Followers
  • 231Love
    202Views

Chayanika🖋

Chayanika

  • Popular
  • Latest
  • Video
7f9ae9663e0004ac5cc300b2f0092ed6

Chayanika🖋

Relation বিলাক যেতিয়া ভাঙি যাবলৈ ধৰে আৰু তেতিয়া যিয়ে ভূল থাকক বা নাথাকক বাৰে বাৰে ক্ষমা বিচাৰে,তেওঁৰ সমান পবিত্ৰ মনৰ অধিকাৰী কোনো হব নোৱাৰে।কিয় জানেনে?

কিয়নো,মাফ টো সকলোৱে কৰি দিব পাৰে,কোনে জানে মনত কি ভাৱ লৈ ক্ষমা কৰি দিছে।BUT যিয়ে হাজাৰবাৰ আপোনাক ক্ষমা খোজে ন সি কেতিয়াও আপোনাৰ প্ৰতি বেয়া ভাৱ ৰাখিব নোৱাৰে,আপোনাক তেওঁৰ জীৱনৰ পৰা হেৰুৱাব নিবিচৰাটোহে কামনা কৰে।

                                                  🖌Chayanikaborah #sunrays

10 Love

7f9ae9663e0004ac5cc300b2f0092ed6

Chayanika🖋

সমগ্ৰ পৃথিৱীখনো যদি মোৰ হয় যায়,তথাপিও মই তোৰ হে হৈ ৰম।
                     🖊চয়নিকা বৰা

10 Love

7f9ae9663e0004ac5cc300b2f0092ed6

Chayanika🖋

মানুহৰ ইতিকিং, অভিশাপবোৰ সদায় আৰ্শীবাদ হিচাপে লব লাগে,তেতিয়া জীৱনটোত সফল হব পাৰি।
                           🖊চয়নিকা বৰা

9 Love

7f9ae9663e0004ac5cc300b2f0092ed6

Chayanika🖋

সমাজ,ওচৰ-চুবুৰীয়া,মিটিৰ-কুটুম আৰু সমনীয়া ৰ কথাৰ ভাৱি কেতিয়াও নিজকে depression ত নাৰাখিবা।এটা কথা মনত ৰাখিবা,মানুহে সদায় ফল থকা গছৰলেহে চপৰা দলিয়াই।
                          🖊চয়নিকা বৰা

8 Love

7f9ae9663e0004ac5cc300b2f0092ed6

Chayanika🖋

বহুত সপোন আছে মোৰ....জীৱনটোত এবাৰ মাত্ৰ সফল হৈ চোৱা।মাৰ মুখৰ পৰা  এষাৰ মাত শুনিবলৈ প্ৰবাল হেপাঁহেৰে বাট চাই আছো...."আজি মোৰ মুনু ই নিজৰ ভৰিত নিজে থিয় দিলে।"
                    🖊চয়নিকা বৰা

10 Love

7f9ae9663e0004ac5cc300b2f0092ed6

Chayanika🖋

"আপোনাৰ বেবহাৰ ই আপোনাৰ পৰিচয়।"কাৰোবাক বেয়াকৈ কয়,অপমান কৰি আপুনি নাভাবিব যে আপুনি মহান কাম কৰিছে।অথচ আপুনি আপুনাৰ চৰিত্ৰ মানুহৰ আগত নিজে দাঙি  দেখাইছে।
                                   
                                   🖊চয়নিকা বৰা

5 Love

7f9ae9663e0004ac5cc300b2f0092ed6

Chayanika🖋

পৃথিৱীৰ প্ৰত্যেক গৰাকী নাৰীয়ে দেখিবলৈ ধুনিয়া।এই ধুনিয়া দেখিবলৈ মাত্ৰ অকমান সঠিক মানসিকতাৰ প্ৰয়োজন।
                     🖊Chayanika Borah

8 Love

7f9ae9663e0004ac5cc300b2f0092ed6

Chayanika🖋

পৃথিৱীৰ প্ৰত্যেক গৰাকী নাৰীয়েই দেখিবলৈ ধুনিয়া।এই ধুনিয়া দেখিবলৈ মাত্ৰ অকমান সঠিক মানসিকতাৰ প্ৰয়োজন।

8 Love

7f9ae9663e0004ac5cc300b2f0092ed6

Chayanika🖋

কেতিয়াও কাৰোৰে পৰা importance আশা নকৰিবা।জীৱনত সফল হবলৈ হলে প্ৰথমে নিজৰ কামক হে importance দিব লাগে আৰু যেতিয়া সফল হবা তেতিয়া দেখিবা সকলোৱে তোমাক importance দিছে।কাৰন মানুহে প্ৰয়োজন হলেহে কাৰোবাক importance দিয়ে।যেতিয়া তোমাৰ একো নাছিল তেতিয়া তোমাৰ আনৰ ওচৰত importance ও কম আছিল।

9 Love

7f9ae9663e0004ac5cc300b2f0092ed6

Chayanika🖋

মাটি-বাৰীৰ লগত লাগি ককাই-ভাই য়ে কাজিয়া কৰি কিয় যুগমীয়া মৰম-ভালপোৱাৰ,মিলা-প্ৰীতিবোৰ নিমিষতে শেষ কৰি পেলাই।সেইসকল লোকে এইটো কথা কিয় নাভাবে যে মৃত্যু পাছত নিজৰ দেহটো ত্যাগ কৰিবলৈও আনৰ পৰা এটুকুৰা মাটি টকা দি হে কিনি লবলগীয়া হয়।

11 Love

loader
Home
Explore
Events
Notification
Profile