Find the Latest Status about assamese funny status 390 from top creators only on Nojoto App. Also find trending photos & videos.
Bikram Darjee
তেওঁক তেতিয়া লৈকে trust নকৰিবা যেতিয়া লৈকে তোমাৰ fillings নুবুজে Status assamese
Pj Emotion
আত্ম হত্যা নহয় স্মৃতি হত্যা কৰক, তেতিয়াহে সুখী হৈ জীয়াই থাকিব পাৰিব । # Assamese status
Pj Emotion
চকুপানীৰ কোনো ওজন নাই, অথচ ববলৈ আৰম্ভ কৰিলে, চকুপানীয়েও কষ্ট দিবলৈ ধৰে । #Assamese status
Mrin
তুমি আধাভিজা চুলিৰ ঢৌ খেলাই Slow Motion ত আহিবা.... হৰিণী চকুৰ মায়াৰে চাবা মোলৈ... তোমাৰ তেজৰঙা ওঁঠযুৰিয়ে হাঁহি মাৰি মোৰ কাণৰ কাষত ক'ব আনে নুশুনা.. সেই প্ৰেম পৰশৰ গোপন ভাষা.... আৰু মই ক'ম:- এ পাতলা হ পাতলা হ .... ডেড হৈ যাবা এতে ... মুণ্ডা ছিঙি যাব Funny Assamese