Nojoto: Largest Storytelling Platform

New assamese quotes on life Quotes, Status, Photo, Video

Find the Latest Status about assamese quotes on life from top creators only on Nojoto App. Also find trending photos & videos.

    PopularLatestVideo

Farhana

মৃত ব্যক্তি এগৰাকীক আমি পুনৰ জীৱন 
দান কৰিব নোৱাৰোঁ ঠিকেই;

কিন্তু জীৱন যুদ্ধত হাৰ মনা, ভাগৰি পৰা মানুহ 
এগৰাকীক আমি তেওঁৰ মনৰ কথা শুনি, 
এষাৰ মিঠা মাত দি, উৎসাহ দি এটা 
নতুন জীৱন নিশ্চয় দিব পাৰোঁ।

©Farhana #quotes#Assamese
#Life

Farhana

quotesassameseLife###

read more
কোনো এটা কাম বেয়া হ'ব পাৰে কিন্তু
কৰোঁতাজন ভাল নে বেয়া সেইটো নিৰ্ভৰ কৰে তেওঁৰ কামটো কৰাৰ উদ্দেশ্যৰ ওপৰত, কামটোৰ ওপৰত নহয়। 
-ফাৰহানা #quotes#assamese#Life#Nojoto###

Farhana

quotesassameseLife###

read more
আগতে কুকুৰাৰ ডাকত ৰাতি পুৱাইছিল,
আজিকালি মোবাইলৰ এলাৰ্মত ৰাতি পুৱায়। #quotes#assamese#Nojoto#Life###

Farhana

Lesson learned in life প্ৰত্যাহ্বান যিমানেই কঠিন হব লক্ষ্য সিমানেই সুদৃঢ় হব।

✍️ফাৰহানা #Assamese#quotes#life#struggle

Farhana

Light quotesthoughtsassameselife####

read more
সফলতাৰ সপোন দেখাৰ পৰিৱৰ্তে কৰ্মত ত্ৰুটি নৰখাই উত্তম;
কৰ্মই এদিন সফলতাক সপোনৰ পৰা দিঠকলৈ লৈ আহিব।

©Farhana #Light #quotes#thoughts#assamese#life####

Farhana

টোপনিত থকা অৱস্থাত সকলো মানুহেই সপোন দেখে; 
কিন্তু সাৰ পাই থকা অৱস্থাত সেইবিলাক মানুহৰ হে সপোন দেখাৰ অধিকাৰ আছে যিয়ে সপোনক সঁচা কৰিবলৈ দিনে-নিশাই কাম কৰি গৈ আছে।
                 -ফাৰহানা #quotes#assamese#nojoto#success#life

Farhana

জীৱনৰ সকলো নেতিবাচক দিশে বিফলতাৰ কাৰণ নহয়, কিছুমান নেতিবাচক দিশৰ কাৰণে আমি সফল হ'বলৈ সক্ষম হ'ব পাৰোঁ।
 

-ফাৰহানা #Nojoto#Life#quotes#thoughts#Assamese

Farhana

সৎ পথেৰে গৈ বিফল হোৱাটো অসৎ পথেৰে গৈ সফল হোৱাতকৈও ডাঙৰ এটা সফলতা।

-ফাৰহানা #assamese#quotes#Nojoto#success#life#

Farhana

জীৱনটোত যিমানেই এখোজ দুখোজকৈ 
আগবাঢ়ি গৈ আছোঁ সিমানেই অভিজ্ঞতা 
বাঢ়ি আছে আৰু আগৰ ধাৰণাবোৰো ভুল 
বুলি প্ৰমাণিত হৈ আছে;
সত্যৰ সন্ধানত ওলাইছিলোঁ কিন্তু মৃত্যুৰ 
বাহিৰে আটাইখিনি মিছা যেন পালোঁ...

-ফাৰহানা #life#NojotoHindi#quotes#thoughts#assamese

Farhana

#MessageOfTheDay  যেনেকৈ সূৰ্য্যৰ পোহৰক পৃথিৱীলৈ অহাত আৰু পৃথিৱীক 
পোহৰাই তোলাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে;

ঠিক সেইদৰে উদ্দেশ্য সৎ হ'লে আৰু ইচ্ছা থাকিলে ভাল 
কামৰ পোহৰেৰে সমাজখনকো পোহৰাই তোলাত 
কোনো শক্তিয়ে বাধা দিব নোৱাৰে।

©Farhana #Assamese#assamese#quotes
#Messageoftheday
loader
Home
Explore
Events
Notification
Profile