Nojoto: Largest Storytelling Platform

New assamese romantic kobita 260 Quotes, Status, Photo, Video

Find the Latest Status about assamese romantic kobita 260 from top creators only on Nojoto App. Also find trending photos & videos about, assamese romantic kobita 260.

    PopularLatestVideo
c4ad59551be9d7469bded783bcb659db

Sanidul Islam

Assamese kobita

Assamese kobita #Mythology

57 Views

c4ad59551be9d7469bded783bcb659db

Sanidul Islam

Assamese kobita

Assamese kobita #Motivational

27 Views

9f53319d3bbf0c49a420a73522e74dfd

Arpita Chetia Phukon

Assamese romantic poetry

Assamese romantic poetry #poem

48 Views

4ad3b050accbb32cb93d5c59dd3c0a6b

Hii Sweetheart

assamese romantic song♥️

assamese romantic song♥️ #Love

282 Views

ef28be10fce7a277be2000138fe6b750

Madhujya Pran Mahanta

just try, romantic Assamese line

just try, romantic Assamese line

27 Views

ee1bd56f944c31a2fea151cbd8d4e632

Abhiprayee Anamika

ভাললগাবোৰ দায়িত্বহীন হ’ব পাৰে 
ভালপোৱাবোৰৰ দায়িত্ব থাকে 
ভালপোৱাবোৰক ভালপোৱা কৰি ৰাখিবলৈ৷

©Abhiprayee Anamika #Poet #Poetry #romance #Romantic #Assamese #Assam
6bd9375d0e70fd0b025c8a6df4b9f32d

Prabir Gayen

রাত নয় চাদ আমি, সেই চাদের আলো তুমি।
মাটি নয় ফুল আমি, সেই ফুলের কলি তুমি।
আকাশ নয় মেঘ আমি, সেই মেঘের বৃষ্টি তুমি।
এভোবই মিশে থাকব, তুমি আর আমি।

©Prabir Gayen
  Romantic Kobita.

Romantic Kobita. #Shayari

226 Views

c95912649395e64d91d4522c5b018fe8

Mostafizur Rahman

বিষন্ন হৃদয়,
ভাগৰুৱা দেহা,
নিৰাপত্তাহীন দিন আৰু বিমুৰ্ত মোৰ নিশা ৷
চৌদিশে প্ৰয়োভৰ এন্ধাৰৰ ৷
তাৰ মাজতেই খেপিয়াই বিচাৰি ফুৰিছো,
এখন হৃদয়,
সতেজ মৰমৰ ৷
কিজানিবা বিচাৰি পাঁও,
অলপ মৰম ......!! #assamese #kabita #love #single #lonelyness
c37b0edb1876fa243295294df43fb213

Brohmo Sari

premote p4ilu nki o
#Romantic 
#Fun 
#Assamese

premote p4ilu nki o #Romantic #Fun #Assamese #Love

27 Views

16e519cac028940cccd9cf2cbc58172a

R...🍁

নিৰৱতা সদায় প্ৰিয় আছিল...
সেয়ে সময়ে নিসংগতাৰ প্ৰেমতো পেলালে...!! #নিৰৱতা #yqbaba #yqbandhoi #yqassamese #assamese #assamesewriters #অসমীয়া_অনুভৱ #অসমীয়া

#নিৰৱতা #yqbaba #yqbandhoi #yqassamese #Assamese #assamesewriters #অসমীয়া_অনুভৱ #অসমীয়া

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁


সময়ে কেতিয়াবা বধিৰ কৰে আৰু কেতিয়াবা অস্থিৰ,
ঠিক একপক্ষীয়ৰ দৰে,
যি প্ৰেমৰ কোনো সজ্ঞা নাই,
হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে এক নিঃকিন দুপৰীয়া...!!
লুকাই চোৰকৈ চোৱাতো থাকে অন্য এক মাদকতা, 
যিয়ে শিকাই যায় এক কঠোৰ বাস্তৱতা...
প্ৰতিদানবিহীন নিস্বাৰ্থতা...!! #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesepoetry #assamesewriters #অসমীয়া
16e519cac028940cccd9cf2cbc58172a

R...🍁

বাস্তৱৰ কঠোৰতাত...
মিছা সপোনৰ আৱেশতেই...
               স্বপ্নীল জীৱনে হাৰ মানে....!! #yqbaba #yqbandhoi #yqquotes #yqassamese #assamese #assamesequote #অসমীয়া #জীৱন

#yqbaba #yqbandhoi #yqquotes #yqassamese #Assamese #assamesequote #অসমীয়া #জীৱন

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

কেৱল উশাহ লৈ থকা মানেইটো জীয়াই থকা নুবুজায়!!
    এই যে মনৰ আশাবোৰ, সপোনবোৰ বাৰে বাৰে খহি পৰে ইয়ো একপ্ৰকাৰৰ মৃত্যু।  মৃত্যু এতিয়া সহজ
#yqbaba #yqbandhoi #yqassamese #assamese #assamesequote

মৃত্যু এতিয়া সহজ #yqbaba #yqbandhoi #yqassamese #Assamese #assamesequote

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

নষ্ট  হৃদয়খনৰ এগৰাকী পুৰণি ভাড়াতীয়া মই
নিজস্বতা নাই সেয়ে গটাব নোৱাৰি কাকো,
দায়িত্বত পোঁ‌ত খাই ডিঙিলৈকে ধাৰ.....
ঘূৰ্মুতিয়াই ফুৰিছো ঠিকনা বিচাৰি...
কিন্তু,নিৰাশ হৈ উভটিছো।।
হয়তো অজানিতে ক'ৰবাত এৰি আহিলো হৃদয়খন 
ঠিকনাবিহীন এখন হৃদয়,তাত কেৱল সপোনৰ সমাধি
সেয়ে আজি ভাড়াতীয়া মই নিজ হৃদয়ৰ...!! #yqbaba #yqbandhoi #yqassamese #assamese #অসমীয়া #ভাড়াতীয়া #হৃদয় #সপোনৰ_সমাধি

#yqbaba #yqbandhoi #yqassamese #Assamese #অসমীয়া #ভাড়াতীয়া #হৃদয় #সপোনৰ_সমাধি

0 Love

8a8ff03527a580585f3f123701c14e83

sangita

'নাৰী'--------
"নিজতেই নিজে এখনি সুগভীৰ স্ৰোতস্বিনী"।

যি বৈ যাব জানে ,
সুখৰ এমুঠন হেঁপাহ কঢ়িয়াই 
লগত লৈ এহেজাৰ দুখৰ উপনদী।। 

সখিয়তী চৰাইজাক উৰি যায়।
অদৃশ্য সীমনাৰ দক্ষিণীয়া চুবুৰীৰে আহি, 
ঘোষণা কৰি থৈ যাই পূবৰ আকাশত যে----
"সময়ে সময়ে লিখা যাব স্বাধীনভাৱে 
নীলিমাৰ বুকুত নাৰীৰ জয়গানৰ হাজাৰটা কাহিনী।। 

'নাৰী'
জীৱনৰ হাজাৰখিলা মদৰুৱা পৃষ্ঠাৰ মাজতো,
জিলিকি উঠা "এটি সুকোমল হাঁহি"।।


 #নাৰী
 #Assamese-poem
#অসমীয়া-কবিতা
#yqassamese 
#yqbandhoi 
#yqbaba

#নাৰী #Assamese-poem #অসমীয়া-কবিতা #yqassamese #yqbandhoi #yqbaba

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

নিৰৱ নিশাৰ জয়াল সময়বোৰক সাৱটি...😍😍
খিৰিকিৰে চাই পঠিয়াও ব্যস্ত চহৰখনৰ জনশূন্য পথটোলৈ,😔
গোমা আকাশৰ অভিমানবোৰ চাই😌
সেমেকি উঠা চকুযোৰৰ সান্ত্বনা হৈ 
নিজেই নিজক কওঁ‌.....😑
"তই অভিমান নকৰিবি কিয়নো 
ভাঙোতা আজি কোনো নাই"....😶😶 #অভিমান #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #অসমীয়া #অসমীয়া_অনুভৱ

#অভিমান #yqbaba #yqbandhoi #yqassamese #Assamese #assamesequote #অসমীয়া #অসমীয়া_অনুভৱ

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

ভালপোৱা আৰু ভাললগা একেই নে...?❤
একেই নে দুয়োটাৰ অনুভৱ....?❤
:ওহো....নহয়...!!
ভাললগা হ'ল সেইপাহ ফুল যাক চিঙি আমি নিজৰ কৰি ল'ব বিচাৰো,😍
আৰু ভালপোৱা হ'ল ফুলপাহক ডালত থাকিবলৈ দি প্ৰতিপাল কৰি সুখ পোৱাটো...।।😍😍
ভাললগা হ'ল সেইটো পখিলা যাৰ ৰূপত মতলীয়া হৈ আমি তাৰ আলসুৱা পাহিত ধৰিবলৈ বিচাৰো,😍
আৰু ভালপোৱা হ'ল তাক আপোনপাহৰা হৈ উৰি ফুৰা চাই নিজে সুখী হোৱাটো...।।😍😍
বুজিলা এতিয়া...?
:হুমম বুজিলো!!তেন্তে মই কি তোমাৰ ভালপোৱানে, ভাললগা?😑
: ...........[বিৰাজ কৰিল নিৰৱতা].....!! #ভালপোৱা #ভাললগা #yqbaba #yqbandhoi #yqassamese #assamese #love #yqwriters

#ভালপোৱা #ভাললগা #yqbaba #yqbandhoi #yqassamese #Assamese love #yqwriters

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

দুখবোৰক ঘৃণাৰ নাম দিয়াতকৈ 
হাঁ‌হিৰ কাৰণ কৰি লওঁ‌ক...
আৰম্ভণিৰ নহ'লেও
অন্তত শেষৰ মাতষাৰ(🤐🤐)...।।  #yqbandhoi #yqbaba #yqassamese #assamese #অন্তিম_বিদায় #অসমীয়া_অনুভৱ #assamesewriters #assamesequote

#yqbandhoi #yqbaba #yqassamese #Assamese #অন্তিম_বিদায় #অসমীয়া_অনুভৱ #assamesewriters #assamesequote

0 Love

015d8f55c6504bf1a18e12abbf0e3035

Sargam Bhandari

💢काश वो 💢दिन फिर से लौट आएं

यूं ही हर बात पर हंसने का बहाना आ जाए.... 
फिर वो मासूम सा बचपन का जमाना आ जाए।। 


काश मेरे पापा फिर से खिलौने लेकर आएं....
जब भी मैं बिन बात रूठूं वो मुझे मानने आएं।।


काश दुनियाँ की फितरत हो मेरी मां के जैसी.... 
मेरी गलती पर डांटकर फिर मुझे 
समझाने आए।।

काश भैया फिर से झगड़े पेन्सिल की खातिर....
जब भी मैं रो दूं वो पास आकर मुझे हँसाने आएं।। 



Good evening all of you 💐🙏

©Sargam Bhandari #kabita #Romantic
1c35c81650fa54952db7b6251ac08fb9

Abdullah Khan

#BHARATIYA RAJNEETI.#ASSAMESSE KOBITA.@ABDULLAH KHAN

#bharatiya RAJNEETI.#ASSAMESSE KOBITA.@ABDULLAH KHAN

57 Views

543c31ddcf2a5f8d18d61382f0b2605b

Sanjeev Kalita

মানুহবোৰ একুৱাৰিয়ামে সোণালী ফিচাৰ মাছ হ'ব খোজে | অসমীয়া কবিতা | Assamese Poem | Asomiya Kobita |
#Assamese #assamesepoem #poem #asomiyakobit

মানুহবোৰ একুৱাৰিয়ামে সোণালী ফিচাৰ মাছ হ'ব খোজে | অসমীয়া কবিতা | Assamese Poem | Asomiya Kobita | Assamese assamesepoem poem asomiyakobit

278 Views

91cc9cd75421d1ed41c7c368f08eb127

Madhujya Bikash Chetia

Assamese #Assamese

58 Views

16e519cac028940cccd9cf2cbc58172a

R...🍁

অভিমানী জোনজনীৰ কজলা চকুযোৰি...!!
 হৃদয়ৰ বাকৰিত এয়াই প্ৰথম আৰম্ভণি...!!
 মেঘাচ্ছন্ন আকাশৰ বুকু ভেদি...!!
 স্নিগ্ধ পোহৰেৰে মুখৰ আজি পৃথিৱী...!!
 হয়, এয়া মোৰ জোনাকৰ ডায়েৰি..!! জোনাকৰ অনুভৱ..#yqbandhoi #yqassamese #yqquotes #assamesequote #অসমীয়া_অনুভৱ #yqbaba #assamese #assamesewriters

জোনাকৰ অনুভৱ..#yqbandhoi #yqassamese #yqquotes #assamesequote #অসমীয়া_অনুভৱ #yqbaba #Assamese #assamesewriters

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

                           ...বাস্তৱ...

পুৱাৰ সূৰুযৰ প্ৰথম কিৰণে আহি দুচকুৰ পতাত সিঁচি গ'ল হেঙুলীয়া মৰমবোৰ....😍
কিছুদিনৰ পৰা জীয়া শিল হৈ থকা কুহিয়ে আজি হাঁ‌হিছে দেখোন,পুৱাই সেই কাকতৰ পুৰণি টোপোলাটো খুলি লৈ গভীৰ নীলা আখৰবোৰৰ মাজত নিজকে এৰি দিছে সংগোপনে।😍😍
কত' যে অভিমান কিমান যে সপোন কিমান যে প্ৰতিশ্ৰুতি আৰু কিমান আবদাৰ লুকাই আছে তাত কোনো হিচাপ নাই।।মাথোঁ পঢ়ি গৈছে একেথিৰে শিল হৈ পৰি থকা জীয়া কাহিনীবোৰ!!😑
তাইৰ এই বিশেষ দিনটোত সেই বিশেষ মানুহজনৰ পৰা অহা এখন নীলা খামৰ চিঠি....!📝
তেনেতে উন্মনা হৈ পৰা 'তাই' জনী উচপ্ খাই উঠিল এষাৰ মাতত....😑😑
❤"Happy birthday my dear wife"❤
ধক্.....
মুহূৰ্ততে এয়া কি হ'ল....তাৰমানে এয়াই এতিয়া তাইৰ অনিচ্ছাকৃত বাস্তৱ....!!! ☹️
  ধূসৰ বাস্তৱ....
#yqbaba #yqbandhoi #yqassamese #assamese #অসমীয়া #অনুগল্প #অনুভূতি #বাস্তব

ধূসৰ বাস্তৱ.... #yqbaba #yqbandhoi #yqassamese #Assamese #অসমীয়া #অনুগল্প #অনুভূতি #বাস্তব

0 Love

1423e5e6a04737127ce4eef819cf2c78

itz_verma_099

#Love 
#vibrant_writer 
#Romantic 
#tomantic
16131ecc3656ee556776dfa75b1ee932

nishita

Assamese song
#Assamese

Assamese song #Assamese #Love

48 Views

e3656444d67f1b14fd9ba2e881968cea

Tulya max

Assamese short video #Assamese

Assamese short video #Assamese

67 Views

loader
Home
Explore
Events
Notification
Profile