Find the Latest Status about assamese quotes about love from top creators only on Nojoto App. Also find trending photos & videos.
Farhana
#MessageOfTheDay যেনেকৈ সূৰ্য্যৰ পোহৰক পৃথিৱীলৈ অহাত আৰু পৃথিৱীক পোহৰাই তোলাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে; ঠিক সেইদৰে উদ্দেশ্য সৎ হ'লে আৰু ইচ্ছা থাকিলে ভাল কামৰ পোহৰেৰে সমাজখনকো পোহৰাই তোলাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে। ©Farhana #Assamese#assamese#quotes #Messageoftheday
Farhana
বাৰে বাৰে কৰা একোটা সৰু প্ৰচেষ্টাই এদিন ডাঙৰ সফলতা লৈ আহে, গতিকে প্ৰচেষ্টা নিজেও একো একোটা সৰু সফলতা। ✍️ফাৰহানা #Assamese#quotes
অপু জ্যোতিস্মৃতা
প্ৰেম প্ৰেম বুলি চিঞৰি নুফুৰোঁ, মইতো কাৰো প্ৰেমিকা নহয়😊😊 মইতো এজনী সাধাৰণ ছোৱালী, তেওঁৰ প্ৰিয়❤️ love❤️ assamese quotes😍