Nojoto: Largest Storytelling Platform

New assamese i love you Quotes, Status, Photo, Video

Find the Latest Status about assamese i love you from top creators only on Nojoto App. Also find trending photos & videos about, assamese i love you.

    PopularLatestVideo

R...🍁

#ভালপোৱা #ভাললগা #yqbaba #yqbandhoi #yqassamese #Assamese love #yqwriters

read more
ভালপোৱা আৰু ভাললগা একেই নে...?❤
একেই নে দুয়োটাৰ অনুভৱ....?❤
:ওহো....নহয়...!!
ভাললগা হ'ল সেইপাহ ফুল যাক চিঙি আমি নিজৰ কৰি ল'ব বিচাৰো,😍
আৰু ভালপোৱা হ'ল ফুলপাহক ডালত থাকিবলৈ দি প্ৰতিপাল কৰি সুখ পোৱাটো...।।😍😍
ভাললগা হ'ল সেইটো পখিলা যাৰ ৰূপত মতলীয়া হৈ আমি তাৰ আলসুৱা পাহিত ধৰিবলৈ বিচাৰো,😍
আৰু ভালপোৱা হ'ল তাক আপোনপাহৰা হৈ উৰি ফুৰা চাই নিজে সুখী হোৱাটো...।।😍😍
বুজিলা এতিয়া...?
:হুমম বুজিলো!!তেন্তে মই কি তোমাৰ ভালপোৱানে, ভাললগা?😑
: ...........[বিৰাজ কৰিল নিৰৱতা].....!! #ভালপোৱা #ভাললগা #yqbaba #yqbandhoi #yqassamese #assamese #love #yqwriters

PRêM GôSWAMI

#i love you||I love you||I love you|| I love you|| I love you|| I love you|| I love you|

read more
mute video

PRêM GôSWAMI

#i love you||I love you|| I love you|| I love you|| I love you|| I love you||

read more
mute video

R...🍁

#নিৰৱতা #yqbaba #yqbandhoi #yqassamese #Assamese #assamesewriters #অসমীয়া_অনুভৱ #অসমীয়া

read more
নিৰৱতা সদায় প্ৰিয় আছিল...
সেয়ে সময়ে নিসংগতাৰ প্ৰেমতো পেলালে...!! #নিৰৱতা #yqbaba #yqbandhoi #yqassamese #assamese #assamesewriters #অসমীয়া_অনুভৱ #অসমীয়া

R...🍁


সময়ে কেতিয়াবা বধিৰ কৰে আৰু কেতিয়াবা অস্থিৰ,
ঠিক একপক্ষীয়ৰ দৰে,
যি প্ৰেমৰ কোনো সজ্ঞা নাই,
হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে এক নিঃকিন দুপৰীয়া...!!
লুকাই চোৰকৈ চোৱাতো থাকে অন্য এক মাদকতা, 
যিয়ে শিকাই যায় এক কঠোৰ বাস্তৱতা...
প্ৰতিদানবিহীন নিস্বাৰ্থতা...!! #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesepoetry #assamesewriters #অসমীয়া

R...🍁

#yqbaba #yqbandhoi #yqquotes #yqassamese #Assamese #assamesequote #অসমীয়া #জীৱন

read more
বাস্তৱৰ কঠোৰতাত...
মিছা সপোনৰ আৱেশতেই...
               স্বপ্নীল জীৱনে হাৰ মানে....!! #yqbaba #yqbandhoi #yqquotes #yqassamese #assamese #assamesequote #অসমীয়া #জীৱন
loader
Home
Explore
Events
Notification
Profile