Nojoto: Largest Storytelling Platform

New assamese funny image Quotes, Status, Photo, Video

Find the Latest Status about assamese funny image from top creators only on Nojoto App. Also find trending photos & videos.

    PopularLatestVideo

Biddut Kalita

Assamese Funny #Comedy

read more
mute video

Mrin

Funny Assamese

read more
তুমি আধাভিজা চুলিৰ ঢৌ খেলাই 
Slow Motion ত আহিবা....
হৰিণী চকুৰ মায়াৰে চাবা মোলৈ...
তোমাৰ তেজৰঙা ওঁঠযুৰিয়ে হাঁহি মাৰি
মোৰ কাণৰ কাষত ক'ব আনে নুশুনা..
সেই প্ৰেম পৰশৰ গোপন ভাষা....
আৰু মই ক'ম:-
এ পাতলা হ পাতলা হ ....
ডেড হৈ যাবা এতে ...
মুণ্ডা ছিঙি যাব
 Funny Assamese

SARAT ADHIKARY

mute video

Farhana

comedyjokefunnyassamese# #कॉमेडी

read more
Book quotes in Hindi  শুনিছো বোলে তুমি লিখা মেলা কৰা?

মই: আপুনি ভুল শুনিছে, মই টাইপহে কৰোঁ, মোবাইলত...
😀😀😀
-ফাৰহানা comedy#joke#funny#assamese#

!!!!JEET!!!!

funny image #Comedy #nojotophoto

read more
 funny image

MrTesro

unbelievable image #Funny #Unbelievable #entertainment #image #Memes

read more
unbelievable images

©MrTesro unbelievable image #Funny #Unbelievable #entertainment #image

R...🍁

#নিৰৱতা #yqbaba #yqbandhoi #yqassamese #Assamese #assamesewriters #অসমীয়া_অনুভৱ #অসমীয়া

read more
নিৰৱতা সদায় প্ৰিয় আছিল...
সেয়ে সময়ে নিসংগতাৰ প্ৰেমতো পেলালে...!! #নিৰৱতা #yqbaba #yqbandhoi #yqassamese #assamese #assamesewriters #অসমীয়া_অনুভৱ #অসমীয়া

R...🍁


সময়ে কেতিয়াবা বধিৰ কৰে আৰু কেতিয়াবা অস্থিৰ,
ঠিক একপক্ষীয়ৰ দৰে,
যি প্ৰেমৰ কোনো সজ্ঞা নাই,
হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে এক নিঃকিন দুপৰীয়া...!!
লুকাই চোৰকৈ চোৱাতো থাকে অন্য এক মাদকতা, 
যিয়ে শিকাই যায় এক কঠোৰ বাস্তৱতা...
প্ৰতিদানবিহীন নিস্বাৰ্থতা...!! #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesepoetry #assamesewriters #অসমীয়া

R...🍁

#yqbaba #yqbandhoi #yqquotes #yqassamese #Assamese #assamesequote #অসমীয়া #জীৱন

read more
বাস্তৱৰ কঠোৰতাত...
মিছা সপোনৰ আৱেশতেই...
               স্বপ্নীল জীৱনে হাৰ মানে....!! #yqbaba #yqbandhoi #yqquotes #yqassamese #assamese #assamesequote #অসমীয়া #জীৱন

R...🍁

মৃত্যু এতিয়া সহজ #yqbaba #yqbandhoi #yqassamese #Assamese #assamesequote

read more
কেৱল উশাহ লৈ থকা মানেইটো জীয়াই থকা নুবুজায়!!
    এই যে মনৰ আশাবোৰ, সপোনবোৰ বাৰে বাৰে খহি পৰে ইয়ো একপ্ৰকাৰৰ মৃত্যু।  মৃত্যু এতিয়া সহজ
#yqbaba #yqbandhoi #yqassamese #assamese #assamesequote
loader
Home
Explore
Events
Notification
Profile