Nojoto: Largest Storytelling Platform

New assamese poetry Quotes, Status, Photo, Video

Find the Latest Status about assamese poetry from top creators only on Nojoto App. Also find trending photos & videos.

    PopularLatestVideo

Tarpanjit Gohain

Assamese poetry

read more
mute video

Mamta Sahu

Assamese poetry

read more
mute video

Johnny Ahmed " क़ैस"

মৰহা শেৱালিৰ বেজাৰ

আঘোণৰ নিশাৰ উচপনি
এক অশেষ আচহুৱা উত্তেজনা,
বিষাদৰ দীঘলীয়া আৰ্তনাদ,
শুকুলা মেঘৰ ছাতিৰ তলত
চকুলো বোৱাইছে আজি হেমন্তই।
আহি পৰিছে যেন অন্তিম সময়
এইয়া শীতৰ আগমন নে বিদায়ৰ আহ্বান,
নিঃসংগতা সাৱটি নিৰুদ্দেশ হোৱাৰ সময়।
আজি শেষ ৰাতি ,
শেৱালিৰ আলিঙ্গনত হেৰাই যোৱাৰ
উশাহত সুগন্ধি ভৰাই মাতাল হোৱাৰ,
যি আছে আজি আছে,
সকলো মাথোঁ এই মুহূর্তৰ বেপাৰ,
থাকিব কালি মৰাশালিত দীঘল হৈ
মৰহা শেৱালিৰ বেজাৰ।

Johnny Ahmed 'क़ैस' #weather #Assamese #Poetry

Hirakjyoti

#Assamese #Poetry nojoto #poem

read more
mute video

Deep Paul

Assamese poetry like share #Poetry

read more
mute video

Imam Hussain

Read in a Assamese Poetry #Quotes

read more
mute video

Farhana

শিশুটিক শিকাব
-------------------------------------------------------------------

আপোনাৰ শিশুটিক নিশিকাব কেৱল জীৱনত
প্ৰতিযোগিতাৰ প্ৰতিযোগী হোৱা,
দেখুৱাব মানুহৰ দুখ- দুৰ্দশাবোৰ আৰু শিকাব আনৰ
দুখৰ সমভাগী হোৱা।
কেৱল সফলতাত আনন্দিত হোৱাই নহয়, শিকাব
প্ৰত্যাহ্বানৰো মুখামুখি হোৱা,
আনৰ বিফলতাক তাচ্ছিল্য নকৰা আৰু আনৰ
সফলতাত সুখী হোৱা।
শিকাব শিশুটিক জীৱনৰ সৰু সৰু ইচ্ছাবোৰ পূৰণ
হ'লেই সন্তুষ্ট হোৱা,
নিশিকাব শিশুটিক নম্বৰৰ পিছত দৌৰা, নিদিব এখন
শৈশৱ নষ্ট হোৱা ।
নলব প্ৰতিটো সময়ৰ হিচাপ, নেদেখুৱাব এনেকুৱা
সপোন‌ ধনী হোৱা,
কেৱল কিতাপৰ পাঠ মুখস্থ নকৰাব, শিকাব শিশুটিক
প্ৰকৃতাৰ্থত জ্ঞানী হোৱা।
শিকাব মানুহক সহায় কৰা মানৱতাৰ পাঠ, শিকাব
প্ৰকৃতি প্ৰেমী হোৱা,
পাৰিলে শিকাব দূৰত্ব বজায় ৰখা হিংসাৰ লগত 
আৰু শান্তিকামী হোৱা।
আকাশৰ ৰহস্যৰ কথা ক'ব, শিকাব মাটি আৰু মানুহৰ 
লগত চিনাকী হোৱা,
জোন-বেলি-তৰাক আশ্ৰয় দিয়া আকাশৰ দৰে এখন বিশাল 
অন্তৰৰ গৰাকী হোৱা।
সংঘৰ্ষৰ কাহিনী ক'ব প্ৰতিজনৰে, কৃষকৰ পৰা আৰম্ভ কৰি
মহাকাশচাৰী হোৱা,
শিকাব জীৱন যুদ্ধত হাৰ নামানিবলৈ আৰু শিকাব 
পৰোপকাৰী হোৱা।


✍️ফাৰহানা #child#teach#assamese#poetry#Nojoto

Santana Sharma

My own assamese poetry..#Uroniya pokhi💞 #nojotovideo

read more
mute video

Dr.Megha Bora(PT)

Bhobishyot xunyo buli janiu (Assamese poetry) #TuneWithTone #Poetry

read more
mute video

Hirakjyoti

প্ৰয়াস।।। জীৱনত লিখা প্ৰথম কবিতা। ।। #Assamese #Poetry nojoto @Hirakjyoti Roy

read more
mute video
loader
Home
Explore
Events
Notification
Profile