Find the Latest Status about assamese p from top creators only on Nojoto App. Also find trending photos & videos.
sanjit das
অৰুনাচলৰ তুমি মনালিছা """"""""""""""""""""""""""" অৰুনাচলৰ তুমি মনালিচা কিয় ইমান ধুনীয়া ? তোমাৰ চকুলৈ চালে মোৰ বুকুত বাজি উঠে ভালপোৱাৰ এখন বীনা ....! অৰুনাচলৰ তুমি মনালিচা.... শেৱালি ফুলে শৰতৰ সন্ধিয়া তুমি মোৰ কবিতা ফুলিছা এপাহি ৰঙা গোলাপ হৈ..!!! ✍ সঞ্জীত দাস Assamese p
Farhana
#MessageOfTheDay যেনেকৈ সূৰ্য্যৰ পোহৰক পৃথিৱীলৈ অহাত আৰু পৃথিৱীক পোহৰাই তোলাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে; ঠিক সেইদৰে উদ্দেশ্য সৎ হ'লে আৰু ইচ্ছা থাকিলে ভাল কামৰ পোহৰেৰে সমাজখনকো পোহৰাই তোলাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে। ©Farhana #Assamese#assamese#quotes #Messageoftheday