Find the Latest Status about assamese love shayari image from top creators only on Nojoto App. Also find trending photos & videos.
R...🍁
ভালপোৱা আৰু ভাললগা একেই নে...?❤ একেই নে দুয়োটাৰ অনুভৱ....?❤ :ওহো....নহয়...!! ভাললগা হ'ল সেইপাহ ফুল যাক চিঙি আমি নিজৰ কৰি ল'ব বিচাৰো,😍 আৰু ভালপোৱা হ'ল ফুলপাহক ডালত থাকিবলৈ দি প্ৰতিপাল কৰি সুখ পোৱাটো...।।😍😍 ভাললগা হ'ল সেইটো পখিলা যাৰ ৰূপত মতলীয়া হৈ আমি তাৰ আলসুৱা পাহিত ধৰিবলৈ বিচাৰো,😍 আৰু ভালপোৱা হ'ল তাক আপোনপাহৰা হৈ উৰি ফুৰা চাই নিজে সুখী হোৱাটো...।।😍😍 বুজিলা এতিয়া...? :হুমম বুজিলো!!তেন্তে মই কি তোমাৰ ভালপোৱানে, ভাললগা?😑 : ...........[বিৰাজ কৰিল নিৰৱতা].....!! #ভালপোৱা #ভাললগা #yqbaba #yqbandhoi #yqassamese #assamese #love #yqwriters
Farhana
প্ৰচেষ্টা লাগিবই কোনো এটা কামত সফল হ'বলৈ, সময় লাগিব গছপুলি ডাঙৰ হৈ তাত ফল হ'বলৈ; আনৰ নেতিবাচক কথা শুনি নিৰাশ হোৱাৰ সলনি, ভাল কিতাপ পঢ়া প্ৰয়োজন বৃদ্ধি মনোবল হ'বলৈ। ©Farhana #shayari#Assamese #Books
Nipil Moran
গীতকে এটি গাইদিং ভোম ================== গ্ৰুপৰ ভিতৰত মইয়ে অকল জবলা ; কৰবাত কেনেবাকৈ ভুল কৰিছোঁং হ’বলা ! চশমা নহ’লে তুমিও ভাল নেদেখা ; ধুনীয়া নহ’লে প্ৰফাইল খুলিও নোচোৱা ৷ Nojotoৰ ভিতৰত মইহে অকল দুখীয়া ; ধুনীয়া ফটো দিবলৈ দামী কেমেৰা নথকা ৷ যদি বেয়া পোৱা আছে যদি কোনোবা ; ইন্বক্সত আহিলৈ লাহেকৈ মাত লগাবা ৷ যদি ভালে লাগে আই ল’ভ ইউ বুলি নক’বা ; ইন্বক্সত আহিলৈ হোৱাট্চএপ নম্বৰ খুজিবা ৷ ≈≈≈≈≈≈≈≈≈≈≈ আমাৰে মিষ্টাৰে সুৰ তুলি তুলি যেতিয়া গীত যুৰিব চাই থকা চিষ্টাৰে ৰ’বকে নোৱাৰি Nojotoতে নাচিব ৷ আমাৰে চিষ্টাৰে ককাল ভাঙি নাচি হিয়াৰ মৰম যাচিব Nojotoৰ ব্ৰাদাৰে মৰমৰ মাতেৰে হাই-হেল্ল বুলি মাতিব ৷ গেয়াৱ গেয়াৱ গেয়াৱ গেয়াৱ হেই ৷ ≈≈≈≈≈≈≈≈≈≈ ©Nipil Moran #Assamese shayari #OneSeason
Ainuddin
bye বুলি কোৱাৰ পাছতো আপোনজনৰ পৰা কিবা এটা Reply পোৱাৰ আশাৰে ৰৈ থকাৰ নামেই হ'ল ভালপোৱা। ©Ainuddin assumes love shayari
R...🍁
নিৰৱতা সদায় প্ৰিয় আছিল... সেয়ে সময়ে নিসংগতাৰ প্ৰেমতো পেলালে...!! #নিৰৱতা #yqbaba #yqbandhoi #yqassamese #assamese #assamesewriters #অসমীয়া_অনুভৱ #অসমীয়া
R...🍁
সময়ে কেতিয়াবা বধিৰ কৰে আৰু কেতিয়াবা অস্থিৰ, ঠিক একপক্ষীয়ৰ দৰে, যি প্ৰেমৰ কোনো সজ্ঞা নাই, হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে এক নিঃকিন দুপৰীয়া...!! লুকাই চোৰকৈ চোৱাতো থাকে অন্য এক মাদকতা, যিয়ে শিকাই যায় এক কঠোৰ বাস্তৱতা... প্ৰতিদানবিহীন নিস্বাৰ্থতা...!! #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesepoetry #assamesewriters #অসমীয়া
R...🍁
বাস্তৱৰ কঠোৰতাত... মিছা সপোনৰ আৱেশতেই... স্বপ্নীল জীৱনে হাৰ মানে....!! #yqbaba #yqbandhoi #yqquotes #yqassamese #assamese #assamesequote #অসমীয়া #জীৱন
R...🍁
কেৱল উশাহ লৈ থকা মানেইটো জীয়াই থকা নুবুজায়!! এই যে মনৰ আশাবোৰ, সপোনবোৰ বাৰে বাৰে খহি পৰে ইয়ো একপ্ৰকাৰৰ মৃত্যু। মৃত্যু এতিয়া সহজ #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote
R...🍁
নষ্ট হৃদয়খনৰ এগৰাকী পুৰণি ভাড়াতীয়া মই নিজস্বতা নাই সেয়ে গটাব নোৱাৰি কাকো, দায়িত্বত পোঁত খাই ডিঙিলৈকে ধাৰ..... ঘূৰ্মুতিয়াই ফুৰিছো ঠিকনা বিচাৰি... কিন্তু,নিৰাশ হৈ উভটিছো।। হয়তো অজানিতে ক'ৰবাত এৰি আহিলো হৃদয়খন ঠিকনাবিহীন এখন হৃদয়,তাত কেৱল সপোনৰ সমাধি সেয়ে আজি ভাড়াতীয়া মই নিজ হৃদয়ৰ...!! #yqbaba #yqbandhoi #yqassamese #assamese #অসমীয়া #ভাড়াতীয়া #হৃদয় #সপোনৰ_সমাধি