Nojoto: Largest Storytelling Platform

New assamese sad shayari Quotes, Status, Photo, Video

Find the Latest Status about assamese sad shayari from top creators only on Nojoto App. Also find trending photos & videos about, assamese sad shayari.

Pri_gun

mute video

Rohit Narzary Prince

Assamese Shayari #SAD 😔 so Frnds 🙏

read more
mute video

Sweety Bhayolina

assamese sad quotes

read more
mute video

Brishti(ras)

mute video

Nayan (VeeR)

Assamese sad quote

read more
mute video

Nil Inamul

sad Assamese quote

read more
কিয় আপোন হয় সেই মানুহবোৰ,
যাৰ হাতত সময়ৰ নাটনি,
ভাললগাবোৰ হেনো সকলোৱে বুটুলি লয়
আৰু ভাললগাবোৰৰ ভালপোৱাৰ বেদনাক কোনে বুটুলিব অ কোনে !!!😢😢 sad Assamese quote

Nil Inamul

Assamese sad quote

read more
No one but you কিয় আমনি কৰে সেই অভিমানবোৰে 
কিয় হৃদয়ত খুন্দিয়াই বাৰে বাৰে স্মৃতিৰ বতাহজাকে……
মৌনতাই গীত গায় তোমাৰ মুখৰ শব্দবোৰেৰে……
উভতাই লৈ আনিব মন যায় হৃদয়ৰ কাষলে …
আকৌ উজাৰি দিব মন যায় সৰ্বস্ত ভালপোৱাবোৰ তোমাৰে নামতে……… Assamese sad quote

Farhana

প্ৰচেষ্টা লাগিবই কোনো এটা কামত সফল হ'বলৈ,

সময় লাগিব গছপুলি ডাঙৰ হৈ তাত ফল হ'বলৈ;

আনৰ নেতিবাচক কথা শুনি নিৰাশ হোৱাৰ সলনি,

ভাল কিতাপ পঢ়া প্ৰয়োজন বৃদ্ধি মনোবল হ'বলৈ।

©Farhana #shayari#Assamese
#Books

Nipil Moran

#Assamese shayari #OneSeason

read more
গীতকে এটি গাইদিং ভোম
==================

গ্ৰুপৰ  ভিতৰত
 মইয়ে অকল জবলা ;
কৰবাত কেনেবাকৈ 
ভুল কৰিছোঁং হ’বলা !

চশমা নহ’লে তুমিও ভাল নেদেখা ;
ধুনীয়া নহ’লে প্ৰফাইল খুলিও নোচোৱা ৷

Nojotoৰ ভিতৰত
মইহে অকল দুখীয়া ;
ধুনীয়া ফটো দিবলৈ 
দামী কেমেৰা নথকা ৷

যদি বেয়া পোৱা
আছে যদি কোনোবা ;
ইন্‌বক্সত আহিলৈ
লাহেকৈ মাত লগাবা ৷

যদি ভালে লাগে 
আই ল’ভ ইউ বুলি নক’বা ;
ইন্‌বক্সত আহিলৈ
হোৱাট্‌চএপ নম্বৰ খুজিবা ৷

≈≈≈≈≈≈≈≈≈≈≈

আমাৰে মিষ্টাৰে 
সুৰ তুলি তুলি যেতিয়া গীত যুৰিব
চাই থকা চিষ্টাৰে 
ৰ’বকে নোৱাৰি Nojotoতে নাচিব ৷

আমাৰে চিষ্টাৰে 
ককাল ভাঙি নাচি হিয়াৰ মৰম যাচিব
Nojotoৰ ব্ৰাদাৰে 
মৰমৰ মাতেৰে হাই-হেল্ল বুলি মাতিব ৷

গেয়াৱ গেয়াৱ 
গেয়াৱ গেয়াৱ হেই ৷

 ≈≈≈≈≈≈≈≈≈≈

©Nipil Moran #Assamese shayari
#OneSeason

Deepty De O Ri

#Assamese,shayari/deepty

read more
mute video
loader
Home
Explore
Events
Notification
Profile