Nojoto: Largest Storytelling Platform

New assamese spelling Quotes, Status, Photo, Video

Find the Latest Status about assamese spelling from top creators only on Nojoto App. Also find trending photos & videos about, assamese spelling.

Related Stories

    PopularLatestVideo
3ce48ead3ab33941c85e3df7428eba84

Manoj Gogoi

মই ধুনীয়া বাবে মোক ভাল পোৱা,
নে ... মোৰ সা-সম্পত্তি ৰ বাবে 
মোক ভাল পোৱা?
- Manoj Gogoi #অসমীয়া #Assamese #Love #Ro #felling #waiting 
#hearts

10 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

নিৰৱতা সদায় প্ৰিয় আছিল...
সেয়ে সময়ে নিসংগতাৰ প্ৰেমতো পেলালে...!! #নিৰৱতা #yqbaba #yqbandhoi #yqassamese #assamese #assamesewriters #অসমীয়া_অনুভৱ #অসমীয়া

#নিৰৱতা #yqbaba #yqbandhoi #yqassamese #Assamese #assamesewriters #অসমীয়া_অনুভৱ #অসমীয়া

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁


সময়ে কেতিয়াবা বধিৰ কৰে আৰু কেতিয়াবা অস্থিৰ,
ঠিক একপক্ষীয়ৰ দৰে,
যি প্ৰেমৰ কোনো সজ্ঞা নাই,
হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে এক নিঃকিন দুপৰীয়া...!!
লুকাই চোৰকৈ চোৱাতো থাকে অন্য এক মাদকতা, 
যিয়ে শিকাই যায় এক কঠোৰ বাস্তৱতা...
প্ৰতিদানবিহীন নিস্বাৰ্থতা...!! #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesepoetry #assamesewriters #অসমীয়া
16e519cac028940cccd9cf2cbc58172a

R...🍁

বাস্তৱৰ কঠোৰতাত...
মিছা সপোনৰ আৱেশতেই...
               স্বপ্নীল জীৱনে হাৰ মানে....!! #yqbaba #yqbandhoi #yqquotes #yqassamese #assamese #assamesequote #অসমীয়া #জীৱন

#yqbaba #yqbandhoi #yqquotes #yqassamese #Assamese #assamesequote #অসমীয়া #জীৱন

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

কেৱল উশাহ লৈ থকা মানেইটো জীয়াই থকা নুবুজায়!!
    এই যে মনৰ আশাবোৰ, সপোনবোৰ বাৰে বাৰে খহি পৰে ইয়ো একপ্ৰকাৰৰ মৃত্যু।  মৃত্যু এতিয়া সহজ
#yqbaba #yqbandhoi #yqassamese #assamese #assamesequote

মৃত্যু এতিয়া সহজ #yqbaba #yqbandhoi #yqassamese #Assamese #assamesequote

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

নষ্ট  হৃদয়খনৰ এগৰাকী পুৰণি ভাড়াতীয়া মই
নিজস্বতা নাই সেয়ে গটাব নোৱাৰি কাকো,
দায়িত্বত পোঁ‌ত খাই ডিঙিলৈকে ধাৰ.....
ঘূৰ্মুতিয়াই ফুৰিছো ঠিকনা বিচাৰি...
কিন্তু,নিৰাশ হৈ উভটিছো।।
হয়তো অজানিতে ক'ৰবাত এৰি আহিলো হৃদয়খন 
ঠিকনাবিহীন এখন হৃদয়,তাত কেৱল সপোনৰ সমাধি
সেয়ে আজি ভাড়াতীয়া মই নিজ হৃদয়ৰ...!! #yqbaba #yqbandhoi #yqassamese #assamese #অসমীয়া #ভাড়াতীয়া #হৃদয় #সপোনৰ_সমাধি

#yqbaba #yqbandhoi #yqassamese #Assamese #অসমীয়া #ভাড়াতীয়া #হৃদয় #সপোনৰ_সমাধি

0 Love

8a8ff03527a580585f3f123701c14e83

sangita

'নাৰী'--------
"নিজতেই নিজে এখনি সুগভীৰ স্ৰোতস্বিনী"।

যি বৈ যাব জানে ,
সুখৰ এমুঠন হেঁপাহ কঢ়িয়াই 
লগত লৈ এহেজাৰ দুখৰ উপনদী।। 

সখিয়তী চৰাইজাক উৰি যায়।
অদৃশ্য সীমনাৰ দক্ষিণীয়া চুবুৰীৰে আহি, 
ঘোষণা কৰি থৈ যাই পূবৰ আকাশত যে----
"সময়ে সময়ে লিখা যাব স্বাধীনভাৱে 
নীলিমাৰ বুকুত নাৰীৰ জয়গানৰ হাজাৰটা কাহিনী।। 

'নাৰী'
জীৱনৰ হাজাৰখিলা মদৰুৱা পৃষ্ঠাৰ মাজতো,
জিলিকি উঠা "এটি সুকোমল হাঁহি"।।


 #নাৰী
 #Assamese-poem
#অসমীয়া-কবিতা
#yqassamese 
#yqbandhoi 
#yqbaba

#নাৰী #Assamese-poem #অসমীয়া-কবিতা #yqassamese #yqbandhoi #yqbaba

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

নিৰৱ নিশাৰ জয়াল সময়বোৰক সাৱটি...😍😍
খিৰিকিৰে চাই পঠিয়াও ব্যস্ত চহৰখনৰ জনশূন্য পথটোলৈ,😔
গোমা আকাশৰ অভিমানবোৰ চাই😌
সেমেকি উঠা চকুযোৰৰ সান্ত্বনা হৈ 
নিজেই নিজক কওঁ‌.....😑
"তই অভিমান নকৰিবি কিয়নো 
ভাঙোতা আজি কোনো নাই"....😶😶 #অভিমান #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #অসমীয়া #অসমীয়া_অনুভৱ

#অভিমান #yqbaba #yqbandhoi #yqassamese #Assamese #assamesequote #অসমীয়া #অসমীয়া_অনুভৱ

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

ভালপোৱা আৰু ভাললগা একেই নে...?❤
একেই নে দুয়োটাৰ অনুভৱ....?❤
:ওহো....নহয়...!!
ভাললগা হ'ল সেইপাহ ফুল যাক চিঙি আমি নিজৰ কৰি ল'ব বিচাৰো,😍
আৰু ভালপোৱা হ'ল ফুলপাহক ডালত থাকিবলৈ দি প্ৰতিপাল কৰি সুখ পোৱাটো...।।😍😍
ভাললগা হ'ল সেইটো পখিলা যাৰ ৰূপত মতলীয়া হৈ আমি তাৰ আলসুৱা পাহিত ধৰিবলৈ বিচাৰো,😍
আৰু ভালপোৱা হ'ল তাক আপোনপাহৰা হৈ উৰি ফুৰা চাই নিজে সুখী হোৱাটো...।।😍😍
বুজিলা এতিয়া...?
:হুমম বুজিলো!!তেন্তে মই কি তোমাৰ ভালপোৱানে, ভাললগা?😑
: ...........[বিৰাজ কৰিল নিৰৱতা].....!! #ভালপোৱা #ভাললগা #yqbaba #yqbandhoi #yqassamese #assamese #love #yqwriters

#ভালপোৱা #ভাললগা #yqbaba #yqbandhoi #yqassamese #Assamese love #yqwriters

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

দুখবোৰক ঘৃণাৰ নাম দিয়াতকৈ 
হাঁ‌হিৰ কাৰণ কৰি লওঁ‌ক...
আৰম্ভণিৰ নহ'লেও
অন্তত শেষৰ মাতষাৰ(🤐🤐)...।।  #yqbandhoi #yqbaba #yqassamese #assamese #অন্তিম_বিদায় #অসমীয়া_অনুভৱ #assamesewriters #assamesequote

#yqbandhoi #yqbaba #yqassamese #Assamese #অন্তিম_বিদায় #অসমীয়া_অনুভৱ #assamesewriters #assamesequote

0 Love

91cc9cd75421d1ed41c7c368f08eb127

Madhujya Bikash Chetia

Assamese #Assamese

58 Views

16e519cac028940cccd9cf2cbc58172a

R...🍁

অভিমানী জোনজনীৰ কজলা চকুযোৰি...!!
 হৃদয়ৰ বাকৰিত এয়াই প্ৰথম আৰম্ভণি...!!
 মেঘাচ্ছন্ন আকাশৰ বুকু ভেদি...!!
 স্নিগ্ধ পোহৰেৰে মুখৰ আজি পৃথিৱী...!!
 হয়, এয়া মোৰ জোনাকৰ ডায়েৰি..!! জোনাকৰ অনুভৱ..#yqbandhoi #yqassamese #yqquotes #assamesequote #অসমীয়া_অনুভৱ #yqbaba #assamese #assamesewriters

জোনাকৰ অনুভৱ..#yqbandhoi #yqassamese #yqquotes #assamesequote #অসমীয়া_অনুভৱ #yqbaba #Assamese #assamesewriters

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

                           ...বাস্তৱ...

পুৱাৰ সূৰুযৰ প্ৰথম কিৰণে আহি দুচকুৰ পতাত সিঁচি গ'ল হেঙুলীয়া মৰমবোৰ....😍
কিছুদিনৰ পৰা জীয়া শিল হৈ থকা কুহিয়ে আজি হাঁ‌হিছে দেখোন,পুৱাই সেই কাকতৰ পুৰণি টোপোলাটো খুলি লৈ গভীৰ নীলা আখৰবোৰৰ মাজত নিজকে এৰি দিছে সংগোপনে।😍😍
কত' যে অভিমান কিমান যে সপোন কিমান যে প্ৰতিশ্ৰুতি আৰু কিমান আবদাৰ লুকাই আছে তাত কোনো হিচাপ নাই।।মাথোঁ পঢ়ি গৈছে একেথিৰে শিল হৈ পৰি থকা জীয়া কাহিনীবোৰ!!😑
তাইৰ এই বিশেষ দিনটোত সেই বিশেষ মানুহজনৰ পৰা অহা এখন নীলা খামৰ চিঠি....!📝
তেনেতে উন্মনা হৈ পৰা 'তাই' জনী উচপ্ খাই উঠিল এষাৰ মাতত....😑😑
❤"Happy birthday my dear wife"❤
ধক্.....
মুহূৰ্ততে এয়া কি হ'ল....তাৰমানে এয়াই এতিয়া তাইৰ অনিচ্ছাকৃত বাস্তৱ....!!! ☹️
  ধূসৰ বাস্তৱ....
#yqbaba #yqbandhoi #yqassamese #assamese #অসমীয়া #অনুগল্প #অনুভূতি #বাস্তব

ধূসৰ বাস্তৱ.... #yqbaba #yqbandhoi #yqassamese #Assamese #অসমীয়া #অনুগল্প #অনুভূতি #বাস্তব

0 Love

100c0b07ab5a743ce9b8ddc5d82cac19

Berdihun ĹÚMÁPĨ

Assamese biyah #Assamese

Assamese biyah #Assamese

27 Views

16131ecc3656ee556776dfa75b1ee932

nishita

Assamese song
#Assamese

Assamese song #Assamese #Love

48 Views

16e519cac028940cccd9cf2cbc58172a

R...🍁


পখীৰ কাকলিত সাৰ পোৱা এটা ৰাতিপুৱা আৰু নিয়ৰ সনা আলফুল দূবৰি,দুয়ো দুয়োৰে লগৰীয়া।
ঠিক সিহঁতৰ দৰেই,যিমান আবদাৰত সঁ‌চাই জীয়াই থাকিব পাৰি হেঁপাহ পলুৱাই।
     এতিয়াও জীয়াই আছে তাই সেই আগৰদৰেই।সকলো সলনি হ'ল...বতৰ,সময়,ঋতু,শ্বপিং মল,অভাৰ ব্ৰীজ সকলো কেৱল তাইৰ হৃদয়ত কুৰুকি কুৰুকি থাকি গ'ল এটা নিজান ৰাতি।যিটো ৰাতিত অনায়াসে পাৰ ভাঙি বোৱাই দিব পাৰি আৱেগৰ বলিয়া ঢৌ,কুঁৱলীৰ ডাঠ আৱৰণে ঢাকি দিলে এটিয়া তাইৰ সৰ্বস্ব,সেয়ে হয়তো সকলো
 অষ্পষ্ট একো নমনি!!উচুপনিত কপি উঠে প্ৰতিখিলা পাত আৰু বৰষুণ হৈ নামি আহে সিহঁ‌তে দেখুৱাব নোৱাৰা সান্ত্বনাবোৰ।
উফ্ !!!!!!!
তথাপি তথাকথিত সমাজখনে কৰা বিষাক্ত প্ৰশ্নবোৰৰ উত্তৰত এতিয়াও নিৰ্ভয়ে কোৱা হয়....
    "বিফল প্ৰেমত ভালপাওঁ‌ বুলি দেখুওৱা বন্ধ কৰিব পাৰি কিন্তু ভাল নোপোৱাকৈ থাকিব নোৱাৰি"!!
তাহানিৰ প্ৰিয়জন অপ্ৰিয় হ'ব নোৱাৰে, হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে প্ৰথম প্ৰেমৰ মাতাল ৰাগি....!!!!!!

 অপূৰ্ণতাৰ মাতাল ৰাগি....
#yqbandhoi #yqbaba #yqassamese #assamese #প্ৰেম #অসমীয়া_অনুভৱ #অসমীয়া #অনুগল্প

অপূৰ্ণতাৰ মাতাল ৰাগি.... #yqbandhoi #yqbaba #yqassamese #Assamese #প্ৰেম #অসমীয়া_অনুভৱ #অসমীয়া #অনুগল্প

0 Love

e3656444d67f1b14fd9ba2e881968cea

Tulya max

Assamese short video #Assamese

Assamese short video #Assamese

67 Views

5a4d10e51fa8d89e8304f6f8281f53b1

Khiresh Taid

#assamese #reels #status #assamese
c7f2f1396a92a0f2f8dcb54ae376d457

Farhana

#MessageOfTheDay  যেনেকৈ সূৰ্য্যৰ পোহৰক পৃথিৱীলৈ অহাত আৰু পৃথিৱীক 
পোহৰাই তোলাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে;

ঠিক সেইদৰে উদ্দেশ্য সৎ হ'লে আৰু ইচ্ছা থাকিলে ভাল 
কামৰ পোহৰেৰে সমাজখনকো পোহৰাই তোলাত 
কোনো শক্তিয়ে বাধা দিব নোৱাৰে।

©Farhana #Assamese#assamese#quotes
#Messageoftheday
16e519cac028940cccd9cf2cbc58172a

R...🍁

হাজাৰ ব্যস্ততায়ো আন্ধাৰক জোনাকৰ পৰা পৃথক কৰিব নোৱাৰে...!! য'ত আন্ধাৰ তাতেই জোনাক.....
#জোনাক #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesewriters #assamesepoetry

য'ত আন্ধাৰ তাতেই জোনাক..... #জোনাক #yqbaba #yqbandhoi #yqassamese #Assamese #assamesequote #assamesewriters #assamesepoetry

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

ঐ শুনাচোন,
যদি মই কও,তোমাৰ ক'লা কোটটোৰ বাওকাষৰ কোণ এটাত অজানিতে মোৰ হৃদয়খন এৰি আহিলোঁ,
তেন্তে চিনাকি চহৰৰ এই অচিনাকি বাটটোত এবাৰলৈ বাৰু  ৰ'বানে? 
  দুখৰ কাৰণ নুসোধো বাৰু; কিন্তু
  কথা দিছো, যাবৰ পৰত এমুঠি বকুলৰ সুবাস গাঠি পঠিয়াম দুচকুত। 
      বকুলৰ সুবাসত এমোকোৰা হাঁ‌হি....
#yqbaba #yqbandhoi #yqassamese #assamesequote #assamesewriters #assamese #অসমীয়া_অনুভৱ #বকুল

বকুলৰ সুবাসত এমোকোৰা হাঁ‌হি.... #yqbaba #yqbandhoi #yqassamese #assamesequote #assamesewriters #Assamese #অসমীয়া_অনুভৱ #বকুল

0 Love

ca48aada9472a79a39330fe670ee9518

Kuldeep Kalita

#Assamese song
#Assamese language
#sivasagar

166 Views

61c30404aefba83fdebc7db37e1d04c9

Kaushik Kalita

Assamese song
Assamese song video

Assamese song Assamese song video #लव

27 Views

ea979fb761f1993895486bf18138281b

BWHAITHI BASUMATARY

assamese

assamese #Life

245 Views

a18efcb2055712a9c9e5f51736c0b420

Debajit Chakravarty

#Assamese

57 Views

c9d0b30d8683ef3682f4a702675e9c34

Pritismita Kalita

আশা
--------

নাজানো এয়া সীমনাহীন পৰিধি
নে 
পৰিধিহীন সীমনা,
হয়তো আশাবোৰেই এনেকুৱা

বনৰীয়া....!!! #assamese

10 Love

e396100537953bfc62862566ee885fc2

Rajesh Hindu

####প্ৰকৃতিৰানী বগামাটি####
নিজকে যদি প্ৰকৃতিৰ বুকুত বিলীন কৰি দিবলৈ আপোনাৰো মন যায় চাগে। যান্ত্ৰিকতাৰ পৰা আঁতৰি প্ৰকৃতিৰ কোলাত ক্ষন্তেক জিৰাবলৈ সকলোৰে মন যায়। যদি আপুনি অৱসাদ দূৰ কৰিবলৈ ফুৰিবলৈ যাম বুলি ভাবিছে, তেন্তে আন ঠাইত নহয় বগামাটিলৈ আহক। 


নামনি অসমৰ বাস্কা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী তথা ভাৰত ভূটান অৱস্থিত তাহানিৰ এখন সামান্য সৰু ঠাইৰ নাম হ'ল 'বগামাটি'।  সকলোফালৰ পৰা পিছপৰা হলেওঁ প্ৰকৃতিক সৌন্দৰ্য্যৰে তেনেই চহকী বগামাটি।  যত স্হূপিকৃত হৈ আছে প্ৰকৃতিক নিভাঁজ সৌন্দৰ্য্যবোৰ, পৃথিৱীৰ সমস্ত সুখবোৰ। ভূটান পাদদেশৰ পৰা বৈ অহা বৰনদীয়ে এই বগামাটিতেই আহি প্ৰবেশ কৰিছে।  লগত শাৰী শাৰী পাহাৰ আহি সমতল সৈতে মিলিছে এই বগামাটিত। প্ৰকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বগামাটি সচাঁকৈয়ে অতি মনোমোহা ঠাই। লগতে লাগি আছে বৰনদী অভয়াৰণ্য, বৰনদী নৈৰ সমন্বয় বগামাটিক অসমৰ আটাইতকৈ জনপ্ৰিয় বনভোজস্থলীত পৰিনত কৰিছে। বগামাটি হৈছে প্ৰকৃতিৰ এক অনন্য সৃষ্টিৰ ঠাই। 
বনভোজস্থলী হিচাপে সমাকৃত বগামাটি এতিয়া এক ক্ৰীড়া খেলৰ অন্যতম কেন্দ্ৰস্থল হিচাপেও পৰিচিত। এসময়ত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সুৰক্ষিত স্থান হিচাপে বগামাটিৰ নাম বদনাম আছিল।  কিন্তু এতিয়া দু:সাহসিক ক্ৰীড়াৰ পষটনস্থলী বগামাটিলৈ পষটনৰ সোঁত ববলৈ ধৰিছে। গুৱাহাটীৰ পৰা মাত্ৰ ২ ঘন্টা ৩০ মিনিটৰ ঠাই অৰ্থাৎ ৯১ কিলমিটাৰ দূৰত্বত অৱস্থিত বগামাটিলৈ এতিয়া আহিবলৈ সকলো ঠাইৰেই পৰা সুচল যাতায়ত ব্যবস্থা হৈছে। কেবল আধুনিক প্ৰযুক্তিবিদ্যাৰ গুগল মেপৰ সহায় ললেই হল। 
বগামাটি নাম কিয় হল?  প্ৰকৃতিৰানীৰ কোলাত থকা বগামাটিৰ নিভাঁজ সৌন্দৰ্য্যবোৰ আৰু তাৰ মাটিবোৰ দেখাত বগা বাবেই নামটো বগামাটি হ'ল। আৰু যদি বেলেগ কিবা ইতিহাস আছে তেন্তে ভু নাপাওঁ। 
কি চাব বগামাটিত? বগামাটিৰ সৌন্দৰ্য্যৰ বিষয়ে নতুনকৈ বহলাই কোৱাৰ প্ৰয়োজন নাই অসমৰ ৰাইজক। বগামাটিৰ পূৱ দিশে লাগি থকা বৰনদী অভয়াৰণ্যই ইতিমধ্যে ঠাইখনক দিছে আন এক মাত্ৰা। ২৬.১৬ বৰ্গকিলোমিটাৰ এই বৰনদী অভয়াৰণ্য সাধাৰণতে পষটকৰ বাবে মুকলি নহয়, যদিও বগামাটিত লাগি থকা পাহাৰৰ মাজেৰে প্ৰায় আঢ়ৈ কিলোমিটাৰ ট্ৰেকিং কৰি আন্ত ৰাষ্ট্ৰীয় ভাৰত - ভূটান সীমান্তৰ সীমা স্পৰ্শ কৰে অত্যুৎসাহী লোক। 
নলগাহৰিৰ বাবে বিশ্ব বিখ্যাত, বৰনদী অভয়াৰণ্যৰ গাতে থকা বগামাটিত বনৰীয়া হাতী, নাহৰফুটুকী বাঘ, ভিন্ন প্ৰজাতিৰ বান্দৰ, হৰিণ, ভালুক তাৰ উপৰিও ময়ূৰকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই চাবলৈ পোৱা যায়। উল্লেখযোগ্য যে পখিলা পৰ্যবেক্ষণৰ বাবে এখন উপযুক্ত ঠাই হ’ল বগামাটি। কেতিয়াবা দুই এজনৰ সৌভাগ্যবানে বগামাটিলৈ আহিলে গাহৰি, হৰিণা, হাতী, ময়ূৰ এজনে বন্যপ্ৰাণীৰ মুখামুখি হোৱা দেখা যায়। বগামাটিৰ পাহাৰত ২২০ চিৰি বগাই পোৱা যায় এক প্ৰকাণ্ড সমতল ভূমি। একষাত আছে প্ৰায় ৩৫-৪০ ফুট সুউচ্চ ব্লেচিং বুদ্ধৰ মুৰ্তি, দেশী বিদেশী পৰ্যটকৰ আগমন ঘটা বগামাটিত এই বৌদ্ধাৰ মূৰ্তি পষটকৰ আকৰ্ষনৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। মুঠতে বগামাটিয়ে পৰ্যটনৰ ক্ষেত্ৰত প্ৰসাৰ লাভ কৰিছে। বগামাটিৰ নিভাঁজ প্ৰকৃতিক সৌন্দৰ্য্যত মুগ্ধা প্ৰতিজন লোক। যি এবাৰ গৈছে তেওঁ কেতিয়াওঁ পাহৰিব নোৱাৰে বগামাটিৰ অপৰূপ সৌন্দৰ্য্যৰ কথা। কম সময়ৰ ভিতৰতে অসমৰ পষটন স্থানসমূহৰ ভিতৰত এক সুকীয়া অধিকাৰ লাভ কৰিছে। বনভোজৰ বতৰতো বগামাটিলৈ সোঁত বয় বনভোজকাৰী দল।  বগামাটিৰ সৌন্দৰ্য্যই হাত বাউলি মাতে প্ৰতিজন পষটকক, বনভোজকাৰী দলক। ভূটানৰ শাৰী শাৰী সেউজ পাহাৰৰ সৌন্দৰ্য্য এই ঠাইখনৰ দৰ্শন নকৰিলে যেন আধৰুৱা হয় বগামাটি দৰ্শন। এনেদৰে মোবাইলৰে এটি চেল্ফি নললেও সম্পূৰ্ণ নহয় পষটকৰ স্মৃতিখচিত ফটো। বগামাটিৰ চৌদিশে হাজাৰ হাজাৰ প্ৰকৃতিক ভাবে গজি উঠা বগৰীৰ গছ আন এক বিশেষ আকৰ্ষণ।  শীতত পকীবগৰীৰ জুতি নোলোৱাকৈ উভতিব নোৱাৰে কোনোজনে, পিকনিক বুলি হাজাৰ হাজাৰ লোক সমাগত হোৱা বগামাটিত স্থানীয় পৰম্পৰাগত খাদ্য সকলোৰে উপভোগ্য। যেনে গোৰ্খা জনগোষ্ঠীৰ এবিধ পৰম্পৰাগত পিঠা খাৰু পিঠা (চিয়াল ৰোটি) ইত্যাদি।  আৰু ইপিনে গাহৰিৰ মাংস পোৰৰে পৰা আৰম্ভ কৰি বহুতো খাদ্য। নদী পাৰ হবলৈ নৌকা বা ৰাফট আদি সুন্দৰ ব্যৱস্থাপনা পষটকৰ বাবে আন এক বিশেষ বৈশিষ্ট্য। এদিন এসাঁজ খোৱাৰ হাবিয়সেৰে অহা পষটকৰ বাবে সকলো খনি দিবলৈ সাজু হৈছে, প্ৰকৃতিৰানী বগামাটি। বছৰৰ নবেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ বগামাটি জাতিস্কাৰ হৈ পৰে। বছৰি এই বগামাটিত বনভোজস্থলীত লাখৰো অধিক বনভোজকাৰীৰ সমাগম হৈ আহিছ।  
ধন্য বি টি এ ডি পষটন বিভাগ ধন্য, বনভোজকাৰীৰ বাবে এনে এখন আকৰ্ষনীয় ঠাই উপহাৰ দিয়াৰ বাবে। 
‌                                    🖋️ শ্ৰী ৰাজেশ ছেত্ৰী #assamese

assamese

3 Love

123ec02384742516024b51ac13c19f87

Suman Malabika

Assamese

Assamese

124 Views

loader
Home
Explore
Events
Notification
Profile