Nojoto: Largest Storytelling Platform

New assamese love lines 260 Quotes, Status, Photo, Video

Find the Latest Status about assamese love lines 260 from top creators only on Nojoto App. Also find trending photos & videos.

    PopularLatestVideo

Ripple Baruah

Assamese lines of Love

read more
সন্ধিয়া হয় যেতিয়া

বিৰহ নামে তেতিয়া

নজনাকৈ নুবুজাকৈ

মনলৈ আহিলা কেতিয়া

আহি কি কৰি যোৱা

বাঢ়িজাই ভালপোৱা

অনুভৱ ক্ষন্তেকীয়া

দি নহবা নাইকিয়া। Assamese lines of Love

Deb

#Assamese lines #poem

read more
তুমি আকৌ এবাৰ আহিবা,
হিয়াৰ দুৱাৰত টুকুৰিয়াবা। #Assamese lines

Barkha Borboruah

#Assamese lines #1stquote

read more
আন্ধাৰ আতৰাই পোহৰ বিলাব সকলোৱে বিচাৰে কেৱল পৃথিৱীতে পোহৰ বিলাব পাবাট চাই সেই প্ৰথমে বিলোৱা জনলৈ,
কিয়নো আমি সেই প্ৰথমজন হব নোৱাৰো, কেৱল সেই আন্ধাৰলৈ আমাৰো ভয় থকাৰ বাবে?
এবাৰ নিজকে অন্ধকাৰৰ পৰা বাহিৰ কৰা তেতিয়া তুমি গোটেই বিশ্বতেই পোহৰ বিলাব পাৰিবা । #Assamese lines
#1stQuote

kankana

nojoto #Assamese #Lines #story

read more
mute video

Gourisikhor

these lines😌Assamese

read more
mute video

R...🍁

#ভালপোৱা #ভাললগা #yqbaba #yqbandhoi #yqassamese #Assamese love #yqwriters

read more
ভালপোৱা আৰু ভাললগা একেই নে...?❤
একেই নে দুয়োটাৰ অনুভৱ....?❤
:ওহো....নহয়...!!
ভাললগা হ'ল সেইপাহ ফুল যাক চিঙি আমি নিজৰ কৰি ল'ব বিচাৰো,😍
আৰু ভালপোৱা হ'ল ফুলপাহক ডালত থাকিবলৈ দি প্ৰতিপাল কৰি সুখ পোৱাটো...।।😍😍
ভাললগা হ'ল সেইটো পখিলা যাৰ ৰূপত মতলীয়া হৈ আমি তাৰ আলসুৱা পাহিত ধৰিবলৈ বিচাৰো,😍
আৰু ভালপোৱা হ'ল তাক আপোনপাহৰা হৈ উৰি ফুৰা চাই নিজে সুখী হোৱাটো...।।😍😍
বুজিলা এতিয়া...?
:হুমম বুজিলো!!তেন্তে মই কি তোমাৰ ভালপোৱানে, ভাললগা?😑
: ...........[বিৰাজ কৰিল নিৰৱতা].....!! #ভালপোৱা #ভাললগা #yqbaba #yqbandhoi #yqassamese #assamese #love #yqwriters
loader
Home
Explore
Events
Notification
Profile