Nojoto: Largest Storytelling Platform

New assamese poem bhoot puwali lyrics Quotes, Status, Photo, Video

Find the Latest Status about assamese poem bhoot puwali lyrics from top creators only on Nojoto App. Also find trending photos & videos about, assamese poem bhoot puwali lyrics.

Chiranjib Shankar

♚ উন্মনা  ♚ 
গীতিকাৰ/সুৰকাৰ: চিৰঞ্জীৱ শঙ্কৰ 
       ♬ৰচনা : 20-03-2006
উন্মনা মনে মোৰ 
বুজনি নামানে 
দিঠকে সপোনে সোণ 
বিচাৰে তোমাকহে 

উন্মনা মনে মোৰ.......... 


তুমি সোণ নুশুনিলা 
দুটি ওঁঠৰ মধুৰ ভাষা 
তুমি সোণ নুশুধিলা 
মোৰ মনৰ ভাৱনা 

হিয়াতে ছবি তোৰ 
আঁকিছো নিৰৱে 
গোপনে মৰমবোৰ 
সাঁচিছোঁ তোমালে' 

উন্মনা মনে মোৰ..........
 
কিয় সোণ নুবুজিলা 
মোৰ মৰম ভালপোৱা 
তুমি সোণ নেদেখিলা 
হিয়াৰ অলেখ বেদনা 

চকুতে সপোন ৰং 
সানিছো নিবিড়ে 
বকুৰে মৰমবোৰ 
দিবলে' তোমাকহে 

উন্মনা মনে মোৰ 
বুজনি নামানে 
দঠকে সপোনে সোণ 
বিচাৰে তোমাকহে 

উন্মনা মনে মোৰ.......... 
 ☆☆☆☆☆☆☆☆☆☆☆ উন্মনা

#citysunset #InspireThroughWriting #Assamese #AssamesePoem #Poet #poemlove #poem #assameselyrics #lyrics

MistiRj....

puwali♥️🤩 #Love

read more
mute video

Jeuti Kashyap

#Assamese poem #poem

read more
mute video

sanjit das

Assamese poem

read more
mute video

Dikshita sarmah

assamese poem

read more
mute video

Darpan Nath

assamese poem

read more
mute video

Darpan Nath

assamese poem

read more
mute video

Arpita Chetia Phukon

Assamese poem

read more
mute video

Angarika Borah

#Assamese poem

read more
মই দেখা পৃথিৱীখন সৰু
এইধৰা এখন গাঁও
য'ত জুতি লৈছো আইৰ হাতৰ পইতা ভাত মুঠিত ভোটজলকীয়া আৰু কাজি নেমুৰ সোৱাদ আৰু
ঠেটুৱৈ ধৰা শীতত জোহালৰ আগত জোপ মাৰি উম লোৱাৰ পৰতে খৰি এডালেৰে খুচৰি খুচৰি অঙঠাৰ মাজত সোমোৱা সৰু আলুগুটি..
ঘোটমৰা নিশাবোৰত চাও খিৰিকিৰে আফিঙৰ দৰে নিচা লগা জোন আৰু পুৱাবোৰত কিচিমিচি চৰাইজাকৰ কোলাহল..
মই দেখা পৃথিৱীখন সৰু..
য'ত আবেলিবোৰত উৰি ফুৰা জোনাকিপৰুৱা বোৰ মোৰ প্ৰিয় আৰু
বৰষুণ দিলে দীঘলকৈ উশাহত টানি লঁও কেঁচা মাটিৰ গোন্ধ...
--আংগাৰিকা #assamese poem

Darpan Nath

assamese poem

read more
mute video
loader
Home
Explore
Events
Notification
Profile