Nojoto: Largest Storytelling Platform

New assamese poem download 590 Quotes, Status, Photo, Video

Find the Latest Status about assamese poem download 590 from top creators only on Nojoto App. Also find trending photos & videos about, assamese poem download 590.

    PopularLatestVideo

B2pan Das

mute video

sangita

#নাৰী #Assamese-poem #অসমীয়া-কবিতা #yqassamese #yqbandhoi #yqbaba

read more
'নাৰী'--------
"নিজতেই নিজে এখনি সুগভীৰ স্ৰোতস্বিনী"।

যি বৈ যাব জানে ,
সুখৰ এমুঠন হেঁপাহ কঢ়িয়াই 
লগত লৈ এহেজাৰ দুখৰ উপনদী।। 

সখিয়তী চৰাইজাক উৰি যায়।
অদৃশ্য সীমনাৰ দক্ষিণীয়া চুবুৰীৰে আহি, 
ঘোষণা কৰি থৈ যাই পূবৰ আকাশত যে----
"সময়ে সময়ে লিখা যাব স্বাধীনভাৱে 
নীলিমাৰ বুকুত নাৰীৰ জয়গানৰ হাজাৰটা কাহিনী।। 

'নাৰী'
জীৱনৰ হাজাৰখিলা মদৰুৱা পৃষ্ঠাৰ মাজতো,
জিলিকি উঠা "এটি সুকোমল হাঁহি"।।


 #নাৰী
 #Assamese-poem
#অসমীয়া-কবিতা
#yqassamese 
#yqbandhoi 
#yqbaba

Chiranjib Shankar

InspireThroughWriting Assamese AssamesePoem poem Poet

read more
♚ স্বপ্নৰ পজা ঘৰ ভাঙি  ♚ 
             ☞চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                        (০১/০৫/২০১৭) 
আকাশৰ দৰে পবিত্র আছিল 
মোৰ 
প্রেম-ভালপোৱা 
সাগৰৰ দৰে গভীৰো আছিল 
মোৰ 
প্রেম ভালপোৱা 
সেই ভালপোৱা খিনিত 
নাছিল 
কোনো কৃত্তিমতাৰ আভাস 
আছিল 
মাথোঁ বাস্তৱিকতাৰ প্রকাশ 
তথাপিওঁ  
কিয় আঁতৰি গ'লা 
সমুখত 
আঁউসীৰ এন্ধাৰ সিঁচি 
আঁতৰি গ'ল সকলো 
আন্তৰিক 
বিশ্বাসত আঘাট হানি
আশাৰে সজোৱা 
স্বপ্নৰ পজা ঘৰ ভাঙি 
যোৱাৰ সময়ত 
ভুলতো নাচালা এবাৰো  ঘুৰি 
যোৱাৰ বাটত 
ৰৈ আছিলোঁ যে 
তুমি উভতি আহিবা বুলি  

Please comeback  
I'll waiting for you #InspireThroughWriting #Assamese #AssamesePoem #poem #Poet

Jeuti Kashyap

#Assamese poem #poem

read more
mute video

Ritu Moran

#Assamese poem

read more
mute video

Arnav Jyoti Deka

Assamese poem

read more
mute video
loader
Home
Explore
Events
Notification
Profile