Find the Latest Status about assamese joke msg 210 from top creators only on Nojoto App. Also find trending photos & videos.
Farhana
Book quotes in Hindi শুনিছো বোলে তুমি লিখা মেলা কৰা? মই: আপুনি ভুল শুনিছে, মই টাইপহে কৰোঁ, মোবাইলত... 😀😀😀 -ফাৰহানা comedy#joke#funny#assamese#
Farhana
My Friend: ব'লা আজি restaurant ত খাই আহোঁ। Me: মই আজিকালি বাহিৰৰ বস্তু খোৱা এৰি দিছোঁ। My Friend: হয় নেকি? ঠিকে কৰিছা, বাহিৰৰ বস্তু নোখোৱাটোয়ে উত্তম। Me: সেইকাৰণে মই এতিয়া restaurant ত নাখাই ৰুমলৈ লৈ আনি খাওঁ। ©Farhana #Assamese#joke#comedy #funnyjoke