Nojoto: Largest Storytelling Platform

New assamese trejedi poem Quotes, Status, Photo, Video

Find the Latest Status about assamese trejedi poem from top creators only on Nojoto App. Also find trending photos & videos.

    PopularLatestVideo
b7bd8d84166fe59bc85c2a33698f3151

B2pan Das

#Assamese #poem #poet

59,460 Views

8a8ff03527a580585f3f123701c14e83

sangita

'নাৰী'--------
"নিজতেই নিজে এখনি সুগভীৰ স্ৰোতস্বিনী"।

যি বৈ যাব জানে ,
সুখৰ এমুঠন হেঁপাহ কঢ়িয়াই 
লগত লৈ এহেজাৰ দুখৰ উপনদী।। 

সখিয়তী চৰাইজাক উৰি যায়।
অদৃশ্য সীমনাৰ দক্ষিণীয়া চুবুৰীৰে আহি, 
ঘোষণা কৰি থৈ যাই পূবৰ আকাশত যে----
"সময়ে সময়ে লিখা যাব স্বাধীনভাৱে 
নীলিমাৰ বুকুত নাৰীৰ জয়গানৰ হাজাৰটা কাহিনী।। 

'নাৰী'
জীৱনৰ হাজাৰখিলা মদৰুৱা পৃষ্ঠাৰ মাজতো,
জিলিকি উঠা "এটি সুকোমল হাঁহি"।।


 #নাৰী
 #Assamese-poem
#অসমীয়া-কবিতা
#yqassamese 
#yqbandhoi 
#yqbaba

#নাৰী #Assamese-poem #অসমীয়া-কবিতা #yqassamese #yqbandhoi #yqbaba

0 Love

dd6da2284f864a6e8e60ad3934a65890

Chiranjib Shankar

♚ স্বপ্নৰ পজা ঘৰ ভাঙি  ♚ 
             ☞চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                        (০১/০৫/২০১৭) 
আকাশৰ দৰে পবিত্র আছিল 
মোৰ 
প্রেম-ভালপোৱা 
সাগৰৰ দৰে গভীৰো আছিল 
মোৰ 
প্রেম ভালপোৱা 
সেই ভালপোৱা খিনিত 
নাছিল 
কোনো কৃত্তিমতাৰ আভাস 
আছিল 
মাথোঁ বাস্তৱিকতাৰ প্রকাশ 
তথাপিওঁ  
কিয় আঁতৰি গ'লা 
সমুখত 
আঁউসীৰ এন্ধাৰ সিঁচি 
আঁতৰি গ'ল সকলো 
আন্তৰিক 
বিশ্বাসত আঘাট হানি
আশাৰে সজোৱা 
স্বপ্নৰ পজা ঘৰ ভাঙি 
যোৱাৰ সময়ত 
ভুলতো নাচালা এবাৰো  ঘুৰি 
যোৱাৰ বাটত 
ৰৈ আছিলোঁ যে 
তুমি উভতি আহিবা বুলি  

Please comeback  
I'll waiting for you #InspireThroughWriting #Assamese #AssamesePoem #poem #Poet

InspireThroughWriting Assamese AssamesePoem poem Poet

3 Love

1c7f7dcdea041b8a2f64ce264b679e81

Jeuti Kashyap

#assamese poem #poem

69 Views

10da81bbc436217bd61caa2dd9ffd682

Ritu Moran

#assamese poem

87 Views

27a607a8a3c705241e829f6365a495ab

Arnav Jyoti Deka

Assamese poem

Assamese poem

136 Views

62dbd31e32057a51cab2d72e48dc8ae5

Chiranjib Shankar

 Assamese poem

Assamese poem #nojotophoto

4 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

বিচাৰিছো তোমাক 
"""""""""""""""""""""""""""
কিনো বিচাৰিম 
তোমাৰ পৰা 
তুমি যে দিব নোৱাৰা 
বিচাৰিছো মাথো এষাৰ 
মৰমৰ মাত 
বিচাৰিছো মাথো 
হৃদয়ৰ এমুঠি হাহি 
বিচৰাটো নাই 
ধন সোন
হীৰা মুকুতা 
বিচৰাটো নাই মই 
আকাশৰ জোন বেলি তৰা 
বিচাৰিছো মাথো 
তোমাক....! 

✍ সঞ্জীত দাস Assamese poem

Assamese poem

3 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

 Assamese poem

Assamese poem

6 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

প্ৰিয়া তুমি হলা মোৰ এটি জোনাকী পৰুবা 
""""""""""""""""""""""""""!
প্ৰিয়া তুমি হলা মোৰ 
 হৃদয় জিলিকি ফুৰা 
এটি জোনাকী পৰুবা 

মই তোমাক খুব ভালপাব বিচাৰো আৰু তাৰ বিনিময়ত মোক তোমাৰ পৰা একোকেই নালাগে প্ৰিয়া ।
মাথো বিচাৰো তোমাৰ
 হৃদয়খনত ক্ষুদ্র এটি স্থান
 য'ত মই থাকি 
গোটেই জীৱন 
তোমাক ভালপাই যাব পাৰো।
ৰাতিৰ আকাশত জোনাকী পৰুৱাৰ দৰে
তুমি হলা মোৰ হৃদয় জোনাকী পৰুবা 
জীবনৰ অন্তিম ক্ষয়নতোলৈ 
থাকিবা প্ৰিয়া 
তুমি মোৰ হৃদয়ত 
এটি জোনাকী পৰুবা হৈ...।

✍ সঞ্জীত দাস । Assamese poem

Assamese poem

5 Love

1e39d236fbcc77f448760b53c5a0fe97

Upasana Das

Assamese poem

Assamese poem

16,022 Views

8960a54d82a0655b60ee72bfa3771eb6

Biplina Bora

#Assamese poem.

#Assamese poem.

5,457 Views

3e457164f0cce84b069d214ed928bafa

উৎপল মেধি

Assamese poem

Assamese poem

93 Views

e8dbe8736e0e506c8309227d9d3c677b

Darpan Nath

assamese poem

assamese poem

69 Views

faf564e548c0b393195db442d93196ce

Rikshikha kashyap

মৰিচিকা

অমানিশাবোৰৰ পাছত মৃদু মৃদুকৈ  উজলিবলৈ লোৱা জোনবাইজনীলৈ চাই আশা কৰো, এৰা ভাল দিনবোৰ এন্ধাৰৰ ধুমুহাৰ পাছত আকৌ এবাৰ আহে!!

ঢিমিক-ঢামাককৈ ৰঙ-বিৰঙী বিজুলিচাকিবোৰ দেখিলে ভাব হয়,জীৱনৰ ৰঙবোৰও মৰিচিকা 

চপচপীয়া তেলৰ মাজৰ শলিতাডালৰ অগ্নিশিখাডাল দেখি মনত চেতনাৰ জোৱাৰ নামে,
সচাকৈয়ে নুমাই যাব এদিন
জীৱনৰো বন্তিগছা..

কিহক লৈ ইমান বিলাপ?? #Assamese poem

8 Love

faf564e548c0b393195db442d93196ce

Rikshikha kashyap

অদীপ্ত 
তুমিময় পৃথিৱীৰ ভৰিৰে গচকা তলসৰা শেৱালী মই..
নিয়ঁৰসিক্ত দুৱৰিৰ সেউজীয়াখিনি মই..
কুৱঁলীৰ ধূসৰ আৱৰণীৰ মাজত ঢিমিকি-ঢামাক জ্বলি 
ৰোৱা ধোৱাৰ্ত অগ্নিশিখা মই..

মোৰ সমগ্ৰ আবিৰখিনি তোমাতেই সানি দিম
মোৰ উত্তপ্ত শোণিতৰ ৰঙাখিনিও তোমাৰ শ্যামলেৰে আৱৰি ল'ম 
হেৰুৱা ৰংবোৰো বিচাৰি আনিম আৰু  
তুমিময় পৃথিৱীখনন-ৰঙেৰে বোলাম..

শ্বাসত স্বপ্নখিনি তোমাৰ সুৰৰ মূৰ্চ্ছনাৰে মূখৰিত কৰিম
আল্পনাৰ ৰংবোৰতো তোমাৰ ৰং ঢালি দিম..
দুখৰ অৰন্যানিত তোমাৰ ৰঙেৰে সুখৰ হাঁহি বিলাম..
মৰহা পাপৰিকো তোমাৰ আৰু মোৰ ৰঙখিনিৰে উজলাম!!!
✍🏻ঋক্ #assamese poem

4 Love

d99ce986cf4d17eae24472bbd9f12e86

Deb

মেীন শব্দ আজি,..মেীন.মোৰ ভাষা
পৰাহলে বুজালো হয় বুকুৰ বেথা.....
মৰহী যোৱা গোলাপ পাহিতে 
সোৱৰণী হৈ আছে মোৰ ভালপোৱা...
দুচকুৰ ভাষাবোৰ  যদি বুজা...
দিব পাৰিম প্ৰমাণ মোৰ ভালপোৱাৰ..... #Assamese poem

7 Love

e8dbe8736e0e506c8309227d9d3c677b

Darpan Nath

assamese poem

assamese poem

105 Views

9957bfd3e319f3de1b65603f67c951f3

Priyam jyoti Hazarika

Assamese poem

Assamese poem

75 Views

e8dbe8736e0e506c8309227d9d3c677b

Darpan Nath

assamese poem

assamese poem

51 Views

69e4b514249a2ad5c4a455db3f97452b

R.choudhury

#assamese# poem

#Assamese# poem

2,895 Views

f658fa460e86354852e0742379be6267

Sumi Gogoi

Assamese poem

Assamese poem

72 Views

f658fa460e86354852e0742379be6267

Sumi Gogoi

#poem
#assamese

5,422 Views

9957bfd3e319f3de1b65603f67c951f3

Priyam jyoti Hazarika

Assamese poem

Assamese poem

158 Views

d57b7b38b5ebbd57e40990679c3afc8d

BISHNU NARAYAN DAS

#assamese #poem
cfb98f29376df1800f537ddc24da27c6

sanjit das

বিচাৰিছো তোমাক 
"""""""""""""""""""""""""""
কিনো বিচাৰিম 
তোমাৰ পৰা 
তুমি যে দিব নোৱাৰা 
বিচাৰিছো মাথো এষাৰ 
মৰমৰ মাত 
বিচাৰিছো মাথো 
হৃদয়ৰ এমুঠি হাহি 
বিচৰাটো নাই 
ধন সোন
হীৰা মুকুতা 
বিচৰাটো নাই মই 
আকাশৰ জোন বেলি তৰা 
বিচাৰিছো মাথো 
তোমাক....! 

✍ সঞ্জীত দাস Assamese poem

Assamese poem

5 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

✿✿পাটাছাৰকুছি❀❀
মোৰ জন্মভুমি পাটাছাৰকুছি
পাটাছাৰকুছি মোৰ সপোন 
পাটাছাৰকুছি মোৰ প্ৰেৰণা 
পাটাছাৰকুছি মোৰ জীৱনৰ পটভূমি 
পাটাছাৰকুছিৰ মুকলি পথাৰে
লৈ আনে আশাৰ বতৰা 
শিৱ দুৰ্গা প্ৰাংগনত অনুষ্ঠিত 
বিভিন্ন ধৰণৰ উৎসৱে
লৈ আনে 
পাটাছাৰকুছিলৈ আনন্দৰ বতৰা 
পাটাছাৰকুছিৰ কালদিয়া নদীয়ে 
লৈ আনে এক সৌন্দৰ্য্য ময় জীৱনৰ প্ৰতিচ্ছবি 
পাটাছাৰকুছিত ঘটিছে নানা ধৰ্মৰ সমাহাৰ
নানা কবিয়ে পাটাছাৰকুছিক লৈ লিখিছে কবিতা 
লিখিছে বহু গল্প প্ৰৱন্ধ 
ৰচিছে বহু গীত
গাইছে বহুতো গান
মোৰ মনত পৰে পাটাছাৰকুছিৰ
বুকুত থকা ড্ৰিমলেণ্ডৰ গোজা চিংৰাৰ সোৱাদ 
মনত পৰে মোৰ 
নিৰ্মল হালৈ কলেজৰ 
বকুলৰ তলতে বহি কবিতা লিখা 
পাটাছাৰকুছিত ঘটিছে সংস্কৃতিৰ সমাহাৰ
এয়া মোৰ পাটাছাৰকুছি
এয়া আমাৰ পাটাছাৰকুছি
এয়া অসমৰ পাটাছাৰকুছি
✍ সঞ্জীত দাস Assamese poem

Assamese poem

6 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

ভালপাব নালাগে মোক তুমি 
"""""""""""""""""""'""""""""""""""""""""
ভালপাব নালাগে মোক তুমি
মোৰ হব নালাগে তুমি 
জীবন সংগী
দিব নালাগে মোক তুমি 
মনি মুকুতা কিনি 
মইতো নহয় তোমাৰ 
প্ৰেমৰ পক্ষিৰাজ ...।

✍ সঞ্জীত দাস ( পাটাছাৰকুছি ) Assamese poem

Assamese poem

5 Love

loader
Home
Explore
Events
Notification
Profile