tags

Best কবিতা Shayari, Status, Quotes, Stories, Poem

Find the Best কবিতা Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos.

  • 181 Followers
  • 363 Stories
  • Popular
  • Latest
  • Video

""

"উড়বো আমি তোমার স্বপ্ন জুড়ে ভাসবো তোমার ভেলায় ভালোবাসা থাকবে শরীর জুড়ে মাতবো প্রেমের খেলায়"

উড়বো আমি তোমার স্বপ্ন জুড়ে 
ভাসবো তোমার ভেলায় 
ভালোবাসা থাকবে শরীর জুড়ে 
মাতবো প্রেমের খেলায়

#udaan #uddan #nojoto #Bengali #Romantic #Bengali #বাংলা #প্রেম #ভালোবাসা #কবিতা #ছন্দ #নজট #লাইক #দেন @Dr bilal saqlain yousafzai @$Mahi..🙂 @Pooja @aman6.1 Khalid Waseem

85 Love

#কবিতা

37 Love
1.7K Views
7 Share

ব'হাগৰ লেচাৰি #Assamese #Assamesepoetry #অসমীয়া #Assam #কবি #কবিতা #অসমীয়াকবিতা

33 Love
727 Views

#স্বরচিত#কবিতা- #লকডাউন#এফেক্ট

30 Love
365 Views

""

"ফাগুনী পছোৱা যাক মোৰ বৰ প্ৰিয়। উদাৰসীনতাক আঁতৰাই দি যায়, মোৰ উন্মাদ হৃদয়ক নতুনত্বৰ আশা। পলাশৰ লয়লাসে ওপচাই মোৰ আলাসৰ দলিচা। আৰু ৰচি যায় মোৰ নিমাত প্ৰণয়ৰ প্ৰথমটি কবিতা। মৌনতাৰ মাজত বিছাৰি পাওঁ তোমাৰ অভিমানী মৰমৰ বৰষা আৰু তোমাৰ হাঁহিত বিছাৰি পাওঁ মোৰ হাজাৰ সপোনৰ প্ৰেৰণা। মোৰ প্ৰেমৰ দস্তাবেজৰ তুমি সৰ্বশ্ৰেষ্ট কবিতা।"

ফাগুনী পছোৱা যাক মোৰ বৰ প্ৰিয়।
উদাৰসীনতাক আঁতৰাই দি যায়,
মোৰ উন্মাদ হৃদয়ক নতুনত্বৰ আশা।
পলাশৰ লয়লাসে ওপচাই 
মোৰ আলাসৰ দলিচা।
আৰু ৰচি যায় 
মোৰ নিমাত প্ৰণয়ৰ প্ৰথমটি কবিতা।
মৌনতাৰ মাজত বিছাৰি পাওঁ
তোমাৰ অভিমানী মৰমৰ বৰষা
আৰু তোমাৰ হাঁহিত বিছাৰি পাওঁ
মোৰ হাজাৰ সপোনৰ প্ৰেৰণা।
মোৰ প্ৰেমৰ দস্তাবেজৰ
তুমি সৰ্বশ্ৰেষ্ট কবিতা।

#lovestry #loveoflife #lovequotes

29 Love
3 Share