Nojoto: Largest Storytelling Platform

Best assamesequote Shayari, Status, Quotes, Stories

Find the Best assamesequote Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about assamese love sad poem, assamese sad love poem, assamese sad love quotes, assamese romantic poem for love, love story assamese,

  • 23 Followers
  • 179 Stories
    PopularLatestVideo

UJJAL GOGOI

mute video

UJJAL GOGOI

mute video

Sangita Maina

mute video

Kandarpo Hajong

mute video

Jahangir Hussain

ধৰ্ম এটা বিশ্বাস যিয়ে মানুহক একত্ৰিত কৰি ৰখাত সহায় কৰে। #ধৰ্ম #yqbandhoi #assamesequote #yqbaba life #Religion #yqdada

read more
ধর্ম হৈছে কোনো বস্তুৰ গুণ বা বৈশিষ্ট্য।
পানীৰ ধর্ম তৰল্য, জুইৰ ধর্ম তাপ;
তেনেদৰে মানুহৰ ধর্ম হৈছে মনুষ্যত্ব।
পানীৰ ধর্ম যেনেকৈ পানীয়ে নিজে সৃষ্টি
কৰানাই বা এনে সৃষ্টি হোৱানাই‌‌‌‌‌‌‍‍‍‌‌ ; ঠিক
তেনেদৰে মানুহৰ ধর্মও মানুহে নিজে সৃষ্টি কৰানাই,
কৰিছে ঈশ্বৰ। সেয়ে প্রকৃতপক্ষে,
ধর্ম হৈছে সৃষ্টিকৰ্তাৰ প্রতি আনুগত্য পোষণ,
আশেপাশে মনুষ্যত্বৰ বিকাশ কৰা। তাই
ধর্মক কিছু জাতিগত প্রথা বা সম্প্ৰদায়ৰ
মতাদৰ্শৰ মাজত সীমাবদ্ধ কৰাটো উচিত নহয়।
নিজৰ মনুষ্যত্ব বজাই ৰাখি, নিজৰ সৃষ্টিকৰ্তাৰ
প্রতি বিশ্বাস ৰাখা, আৰু এটি আধ্যাত্মিক আদর্শ
অনুসৰণ কৰি এটা সুন্দৰ জীৱন যাপন
কৰাটোৱেই প্রকৃত ধর্ম।। ধৰ্ম এটা বিশ্বাস যিয়ে মানুহক একত্ৰিত কৰি ৰখাত সহায় কৰে।
#ধৰ্ম #yqbandhoi #assamesequote #yqbaba #life #religion #yqdada

kalita kalita

🌸অনুৰাগৰ দেশত🌸
অনুৰাগৰ দেশত এডাল  কল্পবৃক্ষ  পুতিছো ,
এই যে তুমি কলা- মই তোমাৰ আপোন বাবে 
তুমি মোৰ অধিকাৰ ,সেইদিনাই। 
কল্পবৃক্ষ জোপা সজাইছো স্মৃতিবোৰৰে 
অভিজ্ঞতাবোৰ  নো কত ভাল,
স্মৃতি বোৰ হে ভাল ।
যদি তুমি বিচাৰিছা অভিমানবোৰ এনেদৰে থাকক
এইবাৰ মৰমবোৰে‌ হাৰ মানক
মই ও সিকি লম মৰমে হাৰ মনা চাবলৈ।
অভিমানবোৰ বৰ‌ বেয়া
আলসুৱা হৃদয়ত ইহঁতে বেছিকৈ‌ খেলা কৰে।
মনটোৱে নুবুজে এই অভিমানবোৰ 
আচলতে নিৰবতা আৰু আন্ধাৰৰ বাবে
নিজৰ প্ৰকৃত সত্তাৰ সৈতে
মতভেদ হলো ।
পথ দুৰ্গম যদিও এবাৰ শিখা ডাল চুব গল
সেয়ে তোমাৰ অভিমানবোৰ গুচাবলৈ
স্বাভিমানৰ সৈতে বিনিময় কৰিলো।
                     -মনিষা কলিতা  #thirdquote #assamesequote #assamesepoetry #assamesepoem #lovequotes

sangita

#assamesequote #assamesepoetry #অসমীয়া_অনুভৱ #অসমীয়া_কবিতা #YourQuoteAndMine Collaborating with Nisha deka নিমন্ত্ৰণভাগ ৰক্ষা কৰি---- 💚

read more
যুগমীয়া কাহিনী ৰচিবলৈ..., 
কিমান যে হেঁপাহ ---!
মৰমৰ উশাহত জী উঠা সপোনবোৰৰো আছে,
হাজাৰটা কল্পনা...? 
সেয়েহে----




হৃদয়ে তাতেই পিন্ধিব ৰঙ জেতুকাবুলীয়া।।  #assamesequote
#assamesepoetry
#অসমীয়া_অনুভৱ
#অসমীয়া_কবিতা      #YourQuoteAndMine
Collaborating with Nisha deka 
নিমন্ত্ৰণভাগ ৰক্ষা কৰি---- 💚

sangita

🍁🍁🍁🍁সহযোগ কৰিলে সুখী হ'ম 🥰🥰 #assamesequote #Assamese #ypurquote #yqbandhoi #আপুনি #ভালপোৱা #YourQuoteAndMine Collaborating with Parismita Borah

read more
কিমান আৰু ৰচিব আকাশৰ ইতিকথা ----
নাইবা শব্দৰে আঁকিব জীৱন মঞ্চত এখনি বিষাদৰ নাটিকা। 
এমুঠি মাথোঁ সময় ময়োটো আমাৰ হোৱাটো বিচাৰো,
শুধিব বিচাৰো--
"আপোনাৰ ভালপোৱা কি".. ?

//গান নে কবিতা// 🍁🍁🍁🍁সহযোগ কৰিলে সুখী হ'ম  🥰🥰
#assamesequote #assamese #ypurquote #yqbandhoi #আপুনি #ভালপোৱা  #YourQuoteAndMine
Collaborating with Parismita Borah

sangita

#ভালপোৱা #assamesequote #yqbandhoi #yqbaba

read more
এমুঠি আৱেগ খামুচি------
কোনে লিখে...? 
এন্ধাৰ কাৰেংত ভালপোৱাৰ দিনলিপি। 

এজাক "আমাৰ সপোন"ৰ খতিয়ান...
কিমান আপোনত্বই আঁকিব পাৰে.....? 
ৰুগ্ন কায়াৰ কঁপা আঙুলিৰ পৰশেদি, 
এহেজাৰ অনুভৱৰে ভালপোৱাৰ কিংকিনী গাঁঠি।।

     #ভালপোৱা 
#assamesequote 
#yqbandhoi 
#yqbaba

sangita

#AR_POETRY #আপুনি_জানো_পাৰিব_আপোনাৰ_সমস্তখিনিত_মোক_আঁকিবলৈ #নীলা_অনুভৱ #নীলা_মৰম #নীলা_প্ৰেম #minequote #assamesequote #YourQuoteAndMine Collaborating with Ar Dutta

read more
 শাশ্বতৰ লগৰী নহয় বুলি 
জানিও.... 
প্ৰতিবাৰেই প্ৰেমত পৰোঁ
যাযাবৰী সুৰটিৰ....
যেন
এক
অহেতুক 
প্ৰচেষ্টা ....
অনুৰাগৰ সুৱাসত
হৃদয়খনক অবাৰিত কৰাৰ....
আপুনি জানো পাৰিব
মাথোঁ 
এটি কবিতাৰ বিনিময়ত
আপোনাৰ ভালপোৱাকখিনিত মোক সুৰেৰে সজাবলৈ..?? 


 #Ar_Poetry
#আপুনি_জানো_পাৰিব_আপোনাৰ_সমস্তখিনিত_মোক_আঁকিবলৈ
#নীলা_অনুভৱ
#নীলা_মৰম
#নীলা_প্ৰেম
#minequote 
#assamesequote  #YourQuoteAndMine
Collaborating with Ar Dutta
loader
Home
Explore
Events
Notification
Profile