Nojoto: Largest Storytelling Platform

এই যে দিনটোত তুমি এবাৰ ফোন নকৰিলে 'তাই' জনী হতাশ হ

এই যে দিনটোত তুমি এবাৰ ফোন নকৰিলে 'তাই' জনী হতাশ হৈ পৰে,
তোমাৰ পৰা এটা মেছেজ নাহিলে তাই অনলাইন আহি মুখ ফুলাই থাকে,
তোমাক আনৰ সৈতে ব্যস্ত দেখিলে খঙে-দুখে হেঁচা মাৰি ধৰে,
ঘণ্টাৰ পাছত ঘণ্টা কথা পতাৰ সময়খিনি যেতিয়া কমি গৈ মিনিটত শেষ হ'বলৈ লয়,
যেতিয়া তোমাতকৈ আন কাৰোবাৰ সৈতে বেছি সুখেৰে কথা পাতিবলৈ লয়,
যেতিয়া গল্পৰ দৰে কথাবোৰ অনুগল্প হৈ পৰে,
তেতিয়াই অভিমানৰ টোপোলাত সাঁ‌চি ৰখা  চকুপানীবোৰ বৰফ হ'বলৈ অজুহাত নালাগে...!!
  কি ভাবিছে? এইটো এটা সেই চিৰপৰিচিত প্ৰেমকাহিনী??
তেন্তে ভুল ভাবিছে। এইটো হ'ল সেই প্ৰতিজন মানুহৰ কাহিনী,যি বন্ধুত্বৰ অবিহনে আধৰুৱা...।।  বন্ধুত্বৰ অভিমান প্ৰেমৰ ইপিঠি..!!
#বন্ধুত্ব #প্ৰেম #yqbaba #yqbandhoi #yqwriters #yqquotes #yqassamesewriters #assamese

richabhattachary1137

R...🍁

New Creator