Nojoto: Largest Storytelling Platform

বকুলজোপাৰ তলত তোমাক দেখা নকৰা বহুদিনেই হ'ল নহয়নে,

বকুলজোপাৰ তলত তোমাক দেখা নকৰা 
বহুদিনেই হ'ল নহয়নে,
কি কৰিবানো মই যে বৰ অসহায় ,
শুনাছোন মোলৈ মনত পৰিলে 
এতিয়াও বাৰু মই দিয়া কলপতীয়া ৰুমালখনৰ জাপত 
মোক বিচাৰি পোৱানে ?  👦#প্ৰেম #অনুকবিতা #কবিতা #assamesepoetry #assamese #love #assamesequote  #YourQuoteAndMine
Collaborating with Monor Dapun

nojotouser9103025844

sangita

New Creator