Nojoto: Largest Storytelling Platform

তোমাক মই কিমান ভালপাব পাৰো ?? তাৰ কোনো হিচাপ নিবিচ

তোমাক মই কিমান ভালপাব পাৰো ??
তাৰ কোনো হিচাপ নিবিচাৰিবা ...
মোৰ দুচকুতেই তুমি সেই ভালপোৱাৰ
চেকুঁৰা দেখিবা। 
তোমাক মই কিমান মৰম দিব পাৰো ??
সেই মৰমৰ পৰিসীমা নিবিচাৰিবা ..
কিয়নো, মোৰ মৰম হৃদয়ৰ পৰা
 হৃদয়লৈ বৈ  যায়। 
 তোমাক মই কিমান বিশ্বাস কৰো??
যিমান বিশ্বাসৰ কোনো সংজ্ঞাই নাই ....
মাথোঁ মোৰ বিশ্বাসত বিশ্বাস ৰাখিবা। 
তোমাৰ বাবে মোৰ অন্তৰত কিমান ঠাই আছে??
 যিমান ঠাই এই পৃথিৱীৰো নাই... 
কিয়নো, মোৰ অন্তৰৰ পৰিধি অসীম। 
যাৰ কোনো অন্তই নাই। 
 #cinemagraph মনৰকল্পনা#সপোন#assamesepoetry#yourquotebandhoi#hiya#collabwithme #YourQuoteAndMine
Collaborating with Hiyasmita Ray
তোমাক মই কিমান ভালপাব পাৰো ??
তাৰ কোনো হিচাপ নিবিচাৰিবা ...
মোৰ দুচকুতেই তুমি সেই ভালপোৱাৰ
চেকুঁৰা দেখিবা। 
তোমাক মই কিমান মৰম দিব পাৰো ??
সেই মৰমৰ পৰিসীমা নিবিচাৰিবা ..
কিয়নো, মোৰ মৰম হৃদয়ৰ পৰা
 হৃদয়লৈ বৈ  যায়। 
 তোমাক মই কিমান বিশ্বাস কৰো??
যিমান বিশ্বাসৰ কোনো সংজ্ঞাই নাই ....
মাথোঁ মোৰ বিশ্বাসত বিশ্বাস ৰাখিবা। 
তোমাৰ বাবে মোৰ অন্তৰত কিমান ঠাই আছে??
 যিমান ঠাই এই পৃথিৱীৰো নাই... 
কিয়নো, মোৰ অন্তৰৰ পৰিধি অসীম। 
যাৰ কোনো অন্তই নাই। 
 #cinemagraph মনৰকল্পনা#সপোন#assamesepoetry#yourquotebandhoi#hiya#collabwithme #YourQuoteAndMine
Collaborating with Hiyasmita Ray
nojotouser9103025844

sangita

New Creator