Nojoto: Largest Storytelling Platform

My Friend: ব'লা আজি restaurant ত খাই আহোঁ। Me: মই

My Friend: ব'লা আজি restaurant ত খাই আহোঁ।
Me: মই আজিকালি বাহিৰৰ বস্তু খোৱা এৰি দিছোঁ।

My Friend: হয় নেকি? ঠিকে কৰিছা, বাহিৰৰ বস্তু নোখোৱাটোয়ে উত্তম।
Me: সেইকাৰণে মই এতিয়া restaurant ত নাখাই ৰুমলৈ লৈ আনি খাওঁ।

©Farhana #Assamese#joke#comedy
#funnyjoke

farhana4167

Farhana

Bronze Star
New Creator