Nojoto: Largest Storytelling Platform

বৰ্তমান বিষাদৰ আৱেষ্টনীত ....... মৃত্যুৱৎ মোৰ পৰা


বৰ্তমান বিষাদৰ আৱেষ্টনীত .......
মৃত্যুৱৎ মোৰ পৰাণ, 
সমাধিস্থ মোৰ চিত্ত, 
আৰু তাৰ কাষতে
জীৱন্মৃত মইজনীৰ চিতাভষ্ম!!

 সহযোগিতাৰ বাবে আগবঢ়ালো। 
বিষাদৰ ভাষাৰে নিজৰ বৰ্ননা কৰক। 
#অনুভৱৰ_টুকুৰা 
#কল্পনা 
#জীৱনৰকথাবোৰ    #YourQuoteAndMine
Collaborating with Bedangana Baruah

বৰ্তমান বিষাদৰ আৱেষ্টনীত .......
মৃত্যুৱৎ মোৰ পৰাণ, 
সমাধিস্থ মোৰ চিত্ত, 
আৰু তাৰ কাষতে
জীৱন্মৃত মইজনীৰ চিতাভষ্ম!!

 সহযোগিতাৰ বাবে আগবঢ়ালো। 
বিষাদৰ ভাষাৰে নিজৰ বৰ্ননা কৰক। 
#অনুভৱৰ_টুকুৰা 
#কল্পনা 
#জীৱনৰকথাবোৰ    #YourQuoteAndMine
Collaborating with Bedangana Baruah
nojotouser9103025844

sangita

New Creator