Nojoto: Largest Storytelling Platform

এজন শ্ৰুতা বিচাৰা যি তোমাক একানপতীয়াকৈ শুনিব , এজ

এজন শ্ৰুতা বিচাৰা 
যি তোমাক একানপতীয়াকৈ শুনিব ,
এজন ব্যক্তি বিচাৰা 
যি তোমাক আঁজলি ভৰাই আশ্বাস দিব , 
এজন  সমালোচক বিচাৰা  
যি তোমাক সফল ভাৱে সমালোচনা কৰিব , 
আৰুনো লাগে কি? 
জীৱনে এদিন সচাঁকৈ কুঁহিপাত মেলিব
তুমি মাত্ৰ পুলিটোক ৰ'দলৈ উলিয়াই আনা  ||

©Arundhuti Baruah #self #self realization #thought 

#Woman
এজন শ্ৰুতা বিচাৰা 
যি তোমাক একানপতীয়াকৈ শুনিব ,
এজন ব্যক্তি বিচাৰা 
যি তোমাক আঁজলি ভৰাই আশ্বাস দিব , 
এজন  সমালোচক বিচাৰা  
যি তোমাক সফল ভাৱে সমালোচনা কৰিব , 
আৰুনো লাগে কি? 
জীৱনে এদিন সচাঁকৈ কুঁহিপাত মেলিব
তুমি মাত্ৰ পুলিটোক ৰ'দলৈ উলিয়াই আনা  ||

©Arundhuti Baruah #self #self realization #thought 

#Woman