Nojoto: Largest Storytelling Platform

ক'ৰোনা ✍🏻খ্ৰীষ্টাব্দী গৌতম। ক'ৰোনা, শুনিছো তই হ

ক'ৰোনা 
✍🏻খ্ৰীষ্টাব্দী গৌতম। 
ক'ৰোনা,
শুনিছো তই হেনো এটা ভাইৰাছ।
ইৰান,ইটালী আদি--
নানা দেশ-বিদেশত চলাইছ তই তাণ্ডব।
কিন্তু এতিয়া ভাৰত কি অসমকো নেৰিলি তই।
শুনিব পাইছো ষাঠিৰ উৰ্দ্ধৰ মানুহবোৰক 
সহজে কৰ আক্ৰমণ তই।
আমিয়ো আছো দে ঘৰতে সোমাই।
ইয়েই নেকি আজিৰ দিনৰ কল্কি অৱতাৰ?
কল্কি অৱতাৰ ধৰি গোটেই বিশ্বক 
কৰিবি নেকি তই সংহাৰ?
কাবৌ কৰিছো তোক এৰি যা এই স্থান।
শান্তি দে আমাক।🙏🙏 a poem in this quarantine period
ক'ৰোনা 
✍🏻খ্ৰীষ্টাব্দী গৌতম। 
ক'ৰোনা,
শুনিছো তই হেনো এটা ভাইৰাছ।
ইৰান,ইটালী আদি--
নানা দেশ-বিদেশত চলাইছ তই তাণ্ডব।
কিন্তু এতিয়া ভাৰত কি অসমকো নেৰিলি তই।
শুনিব পাইছো ষাঠিৰ উৰ্দ্ধৰ মানুহবোৰক 
সহজে কৰ আক্ৰমণ তই।
আমিয়ো আছো দে ঘৰতে সোমাই।
ইয়েই নেকি আজিৰ দিনৰ কল্কি অৱতাৰ?
কল্কি অৱতাৰ ধৰি গোটেই বিশ্বক 
কৰিবি নেকি তই সংহাৰ?
কাবৌ কৰিছো তোক এৰি যা এই স্থান।
শান্তি দে আমাক।🙏🙏 a poem in this quarantine period