Nojoto: Largest Storytelling Platform

#MessageOfTheDay যেনেকৈ সূৰ্য্যৰ পোহৰক পৃথিৱীলৈ অ

#MessageOfTheDay  যেনেকৈ সূৰ্য্যৰ পোহৰক পৃথিৱীলৈ অহাত আৰু পৃথিৱীক 
পোহৰাই তোলাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে;

ঠিক সেইদৰে উদ্দেশ্য সৎ হ'লে আৰু ইচ্ছা থাকিলে ভাল 
কামৰ পোহৰেৰে সমাজখনকো পোহৰাই তোলাত 
কোনো শক্তিয়ে বাধা দিব নোৱাৰে।

©Farhana #Assamese#assamese#quotes
#Messageoftheday

farhana4167

Farhana

Bronze Star
New Creator