Nojoto: Largest Storytelling Platform

সম্পৰ্ক এটা জীয়াই ৰখাটো ইমান সহজ নহয়.... এৰা ধৰা

সম্পৰ্ক এটা জীয়াই ৰখাটো
ইমান সহজ নহয়....
এৰা ধৰা আৰু বুজাবুজিৰ মাজেৰে
নচলিলে সকলো সম্পৰ্কত ঘূণে ধৰে..
পৃথিৱীৰ প্ৰতিজন মানুহৰে 
স্বভাৱ আৰু প্ৰকৃতি একে নহয়
পচন্দ অপচন্দ,ভাল লগা 
বেয়া লগাবোৰো ভিন্ন....
সম্পূৰ্ণ ৰূপে মিলি যোৱাটো
নিশ্চয় সংযোগ হব....
ইয়াৰ মাজতেই আমি চলিব লাগিব
নহলে জীয়াই থকাটোৱেই
সমস্যা হব.....।

©Dipanjali Das #LoveOrFriendship
সম্পৰ্ক এটা জীয়াই ৰখাটো
ইমান সহজ নহয়....
এৰা ধৰা আৰু বুজাবুজিৰ মাজেৰে
নচলিলে সকলো সম্পৰ্কত ঘূণে ধৰে..
পৃথিৱীৰ প্ৰতিজন মানুহৰে 
স্বভাৱ আৰু প্ৰকৃতি একে নহয়
পচন্দ অপচন্দ,ভাল লগা 
বেয়া লগাবোৰো ভিন্ন....
সম্পূৰ্ণ ৰূপে মিলি যোৱাটো
নিশ্চয় সংযোগ হব....
ইয়াৰ মাজতেই আমি চলিব লাগিব
নহলে জীয়াই থকাটোৱেই
সমস্যা হব.....।

©Dipanjali Das #LoveOrFriendship