নিৰ্জনতাৰ কোলাহলৰ এটি আবেলি আৰু একাপ চাহৰ সৈতে মই মোৰ মনতো যেন চাহকাপত চুমুক দিয়া বিস্কুটৰ দৰে গলিব খোজে অচিন উমাল কোণত আৰু হেৰাই যাব খোজে আন্ধাৰৰ পৰিসীমাত ©fireflies #AssamesePoem #Assamese #Assam #Axomiyakabita #axomiya #good_morning 😊😊😊