Nojoto: Largest Storytelling Platform

নিশা এতিয়াও শূণ্যতা লৈ অহা নাই..... যেতিয়া সকলো

নিশা এতিয়াও শূণ্যতা লৈ অহা নাই.....
যেতিয়া সকলো নিদ্ৰাত বিলীন হব, মইও যাম, কোলাহলক দি বিদাই। 
ত্যাগ দি এই নিশাৰ একান্ত, বিলীন হবলৈ এক গভীৰ তন্দ্ৰাগতত,
আশা এক নতুন পুৱাৰ ৰেঙনি, যি হৈ ৰ'ব নিবিড়, সেউজী আৰু প্ৰশান্ত। #মাজৰাতি_ভাৱ, #midnightthoughts , #silence_of_the_night, #slumber, #তন্দ্ৰা