Nojoto: Largest Storytelling Platform

বৰ্তমান জনতাই বুজি পাইছে বৰ্তমান বিকল্প কি। বৰ্তমা

বৰ্তমান জনতাই বুজি পাইছে বৰ্তমান বিকল্প কি। বৰ্তমান চৰকাৰৰ প্ৰতি মানুহৰ নিষ্ঠা আৰু নাই।

আম আদমি পাৰ্টীৰ মই এজন কৰ্মকৰ্তা হিচাপে মোক কাৰ্বি আংলং জিলাৰ ডিফু সমষ্টিৰ নিৰীক্ষক হিচাবে দায়িত্ব দিছে। যোৱা দুদিন ধৰি বিভিন্ন ঠাইত মানুহৰ সৈতে বাৰ্তালাপ কৰোঁ।
ভাল লাগিছে আজিৰ জনতাই কৰ্মৰ ৰাজনীতিক প্ৰভাৱিত হৈ আমাৰ সৈতে সহযোগ কৰিছে।

কাৰ্বি আংলং বাসিলৈ মোৰ নমস্কাৰ।

©Debashish goswami AAM Aadmi party, Assam

#RIPSidhuMoosewala