স্বাৰ্থ নোহোৱাকৈ কোনো কথা-বতৰা পতা মানুহো নোপোৱা ইয়াতে। ইয়াত মানুহবোৰে হৃদয়ৰ মাজতো মগজুবোৰ লৈ হে ঘূৰি ফুৰে।