Nojoto: Largest Storytelling Platform

আচৰিত পৃথিৱী! মানুহৰ মেলাটো আজি প্ৰকৃত মানুহৰ অভাৱ

আচৰিত পৃথিৱী! মানুহৰ মেলাটো আজি প্ৰকৃত মানুহৰ অভাৱ। সঁচা, মিছাৰ বিচাৰ কৰিবলৈ কাৰো আহৰি নাই। কেতিয়াবা যদি নিৰপৰাধীয়ে শাস্তি পাইছে, কেতিয়াবা আকৌ দোষীয়ে সাৰি গৈছে । মুঠতে ক'বলৈ গ'লে মুখা পিন্ধালোকেৰে ভৰি আছে ,,,,!

©Barasha Misra #Life  #BarashaMishra