Nojoto: Largest Storytelling Platform

আজি মোৰ গাটো ভাল লগা নাই বুলি কৈ দৌৰা দৌৰি কৈ গাড়ী

আজি মোৰ গাটো ভাল লগা নাই বুলি কৈ দৌৰা দৌৰি কৈ গাড়ীত বহি এটা ঘৰত যাওঁ, য'ত মোৰ জীয়াই থকাৰ আশা, প্ৰেৰণা আৰু বিশ্বাসে ভৰি আছে, আৰু সেইখন হল আমাৰ সহায়ৰ ঘৰ, ডাক্তৰ ঘৰ(চিকিৎসালয়)। য'ত আমাক বেয়া গাটো ভাল কৰিবলৈ চেষ্টা কৰে, ভাল কৰি দিয়ে। আমাৰ মৰমৰ, সন্মানৰ আৰু আদৰৰ ডাক্তৰ ছাৰ/বাইদেউ।পৃথিৱীত কোনো মানুহ ভগবান নহয়, যিয়ে বিপদত সহায় কৰে হে য়ে ভগবান। আজি ডাক্তৰ দিৱসত সকলো ডাক্তৰ ছাৰ/বাইদেউ সকলক মোৰ তৰফৰ পৰা শুভেচ্ছা জনালো, লগতে এই দুৰ্যোগৰ সময়ত ও নিজৰ জীৱনক ও তুচ্ছ নকৰি সমাজখন জীয়াই থকাৰ হকে ৰাইজ জীয়াই থকাৰ হকে, দেশ জীয়াই থকাৰ হকে যিখিনি কষ্ট কৰিছে, সেইয়া কবলৈ ভাষা নাই। আপোনালোক সকলো ভালে থাকক, ভগৱানৰ ওচৰত এই মোৰ প্ৰাৰ্থনা।

®Manoj gogoi Happy Doctor's Day..
#happydoctorsday #Happy_Doctor_Day 
#manojgogoi #doctor #day #Happy #Feeling #proud #be_positive #Be

creationmotionpi2385

Manoj Gogoi

New Creator