Nojoto: Largest Storytelling Platform

মোৰ ৰক্তিম হৃদয়ে জনাই নাছিল অনুভৱৰ শেতেলিত প্ৰেম হ

মোৰ ৰক্তিম হৃদয়ে জনাই নাছিল
অনুভৱৰ শেতেলিত প্ৰেম হিল্লোলৰ তাৎপৰ্য কি....
শতসহস্ৰ ৰঙৰ মাজত নিষ্প্ৰভ আছিল মোৰ বাবেও 
ভালপোৱাৰ ৰঙ......
অথচ
আপোনাৰেই নাম খোদিত আজি মোৰ হৃৎ প্ৰাঞ্চীত 
নজনাকৈয়ে .......
নেদেখাকৈয়ে ........
ইমানৰ পিছতো আপুনি দুনাই সুধিব নেকি
প্ৰণয়পাশৰ সংজ্ঞা কি বুলি ....
মই যে সংজ্ঞা বাখ্যা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ....... 
 #Open for Collab
#Ar Poetry
#প্ৰেমৰ পৰিধ
#minequote
#assamesequote 
#yqquotes  #YourQuoteAndMine
Collaborating with Ar Dutta

nojotouser9103025844

sangita

New Creator