Nojoto: Largest Storytelling Platform

এইয়া নিয়ৰ নদীৰে উলটি অহাৰ দিন...!! ফাগুনৰ ৰাগিত আব

এইয়া নিয়ৰ নদীৰে উলটি অহাৰ দিন...!!
ফাগুনৰ ৰাগিত আবেগবোৰ বৈ যোৱাৰ দিন। 

শিমলু তুলাৰ আঁৰে আঁৰে এতিয়া হেঁপাহবোৰ উৰিব......!! 
ভাললগাৰ সুৰবোৰে মেঘহীন আকাশৰ বুকুত 
ভালপোৱাৰ কবিতা ৰচিব। 

উশাহবোৰৰ ভাঁজে ভাঁজে পাৰ হৈ যাব এতিয়া.., 
এমুঠি ভালপোৱাৰ কবিতা আৰু 
দুটিকৈ ফাগুনৰ প্ৰত্যাশা ।। #ফাগুন
এইয়া নিয়ৰ নদীৰে উলটি অহাৰ দিন...!!
ফাগুনৰ ৰাগিত আবেগবোৰ বৈ যোৱাৰ দিন। 

শিমলু তুলাৰ আঁৰে আঁৰে এতিয়া হেঁপাহবোৰ উৰিব......!! 
ভাললগাৰ সুৰবোৰে মেঘহীন আকাশৰ বুকুত 
ভালপোৱাৰ কবিতা ৰচিব। 

উশাহবোৰৰ ভাঁজে ভাঁজে পাৰ হৈ যাব এতিয়া.., 
এমুঠি ভালপোৱাৰ কবিতা আৰু 
দুটিকৈ ফাগুনৰ প্ৰত্যাশা ।। #ফাগুন
nojotouser9103025844

sangita

New Creator

#ফাগুন