Nojoto: Largest Storytelling Platform

জানোচা °°°°°°°°°°°° যদি মোক এগৰাকী দয়ালু নাৰীয়ে প

জানোচা
°°°°°°°°°°°°

যদি মোক এগৰাকী দয়ালু নাৰীয়ে
পাগলৰ ভাল পালেহেঁতেন 

তেতিয়া

তাইৰ প্ৰতি ভাল পোৱাৰ
আৱেগ-অনুভূতি মোৰো জাগিলহেঁতেন ৷

আৰু 

তেতিয়াই

 হয়তো এখনি মনোমোহা ছবিৰ
সৃষ্টি হ’লহেঁতেন !

আৰু

নিজকে সফল প্ৰেমিক হিচাপে
বিচাৰি পালোহেঁতেন !!!

©Nipil Moran #poem
#nipilmoran
#rumanticpoem
#superhitpoem

#intimacy
জানোচা
°°°°°°°°°°°°

যদি মোক এগৰাকী দয়ালু নাৰীয়ে
পাগলৰ ভাল পালেহেঁতেন 

তেতিয়া

তাইৰ প্ৰতি ভাল পোৱাৰ
আৱেগ-অনুভূতি মোৰো জাগিলহেঁতেন ৷

আৰু 

তেতিয়াই

 হয়তো এখনি মনোমোহা ছবিৰ
সৃষ্টি হ’লহেঁতেন !

আৰু

নিজকে সফল প্ৰেমিক হিচাপে
বিচাৰি পালোহেঁতেন !!!

©Nipil Moran #poem
#nipilmoran
#rumanticpoem
#superhitpoem

#intimacy
nipilmoran8086

Nipil Moran

Bronze Star
Super Creator