Nojoto: Largest Storytelling Platform

নিৰ্বোধতাই গ্ৰাস কৰিছে এই হৃদয়খন...... অবাৰিত হোৱা

নিৰ্বোধতাই গ্ৰাস কৰিছে এই হৃদয়খন......
অবাৰিত হোৱাৰ হাবিয়াসত মনে আৰ্তনাদ কৰি উঠিছে। 
জীৱনৰ সমস্যাক বাদেই দিছো বাৰু
মানৱীয়তাৰ প্ৰভ্ৰংশইহে হৃদয়খনক আঁচোৰিছে
মানৱীয় প্ৰমূল্যৰ নিস্কৃতি প্ৰমূৰ্ত হৈ পৰাৰ পিছতেই
ওন্দোলা হৃদয়ৰ বিষাদবোৰে বন্যা সৃষ্টি কৰিব লৈছে!! মানৱতা এনেকৈ শেষ হৈছে যে মনবোৰ বেয়া লাগি থকাই হ'ল ....... 
মানুহৰ ৰূপত দস্যু থিতাপি লৈছেহি ধৰাত .....
#myquote #চুহানীশর্মাৰমনোজগত #চুহানীশর্মাৰঅাংবাং #yourquotebandhoi 
#sadquotes  #YourQuoteAndMine
Collaborating with চুহানী শর্মা(ভাবুক মই)

nojotouser9103025844

sangita

New Creator