Nojoto: Largest Storytelling Platform

ভালপোৱা ভালপোৱা কাৰোবাৰ অৰ্থহীন ভালপোৱা কাৰোবাৰ

ভালপোৱা

ভালপোৱা কাৰোবাৰ অৰ্থহীন
 ভালপোৱা  কাৰোবাৰ  সীমা হীন....
কোনোবাই হৃদয় বন্ধকত থৈ ভালপোৱা কিনে
কোনোবাই কলিজাত বোজ বান্ধি বলিদান সহে।
শেষ নহয় যোগ বিয়োগ,
বৈ ৰয় ভালপোৱা বোৰ.....
মাৰ গৰ্ভৰ পৰা পিতাৰ বুকুচালৈ
ককাৰ কান্ধৰ পৰা প্ৰেমিকৰ বুকুলৈ,
ভালপোৱাৰ অৱসান নাই.....
নদীৰ দৰে বৈ থাকে মনে মনে
আমি নজনাকৈ, নুবুজাকৈ....... #ভালপোৱা
ভালপোৱা

ভালপোৱা কাৰোবাৰ অৰ্থহীন
 ভালপোৱা  কাৰোবাৰ  সীমা হীন....
কোনোবাই হৃদয় বন্ধকত থৈ ভালপোৱা কিনে
কোনোবাই কলিজাত বোজ বান্ধি বলিদান সহে।
শেষ নহয় যোগ বিয়োগ,
বৈ ৰয় ভালপোৱা বোৰ.....
মাৰ গৰ্ভৰ পৰা পিতাৰ বুকুচালৈ
ককাৰ কান্ধৰ পৰা প্ৰেমিকৰ বুকুলৈ,
ভালপোৱাৰ অৱসান নাই.....
নদীৰ দৰে বৈ থাকে মনে মনে
আমি নজনাকৈ, নুবুজাকৈ....... #ভালপোৱা

#ভালপোৱা