জীৱনে নুশুনাকৈয়ে আচল উজাৰি কি লাগিব সুধিছিল, মই তোমাৰ নামত প্ৰতিদিনে লৈ ফুৰা ব্যস্ততাবোৰ বাছি ল'লো, অৱহেলিত কৰাৰ আগজাননী জীৱনে বাৰুকৈয়ে পাইছিল প্ৰতিটো ৰাতি এতিয়া তাৰেই প্ৰমাণ লৈ উচুপো !! #yqbaba #yqbandhoi #assamese #assamesewriters #অজুহাত #অৱহেলা