Nojoto: Largest Storytelling Platform

জীৱনে নুশুনাকৈয়ে আচল উজাৰি কি লাগিব সুধিছিল, মই

জীৱনে নুশুনাকৈয়ে আচল উজাৰি কি লাগিব সুধিছিল,
  মই তোমাৰ নামত প্ৰতিদিনে লৈ ফুৰা ব্যস্ততাবোৰ বাছি ল'লো,
 
অৱহেলিত কৰাৰ আগজাননী জীৱনে বাৰুকৈয়ে পাইছিল
প্ৰতিটো ৰাতি এতিয়া তাৰেই প্ৰমাণ লৈ উচুপো !! #yqbaba #yqbandhoi #assamese #assamesewriters #অজুহাত #অৱহেলা

richabhattachary1137

R...🍁

New Creator

#yqbaba #yqbandhoi #Assamese #assamesewriters #অজুহাত #অৱহেলা