White সময় বোৰ যেন বাগৰি পৰে , কিন্তু নপৰে মনৰ শান্তি । তোমাৰ দেখাৰ কেৱল মনতোৰ ব্যকুলতা । কেতিয়া আহিবা তুমি মোৰ হৃদয়লে , ৰৈ আছোঁ তোমাৰ বাবে ।। ♥️ ©Bishal Kalita #lovenote♥️