Nojoto: Largest Storytelling Platform

যদিস্য এই মাত্ৰাধিক্য মৰমৰ কোৰ্হাল বিষণ্ণতাত অন্ত

যদিস্য এই মাত্ৰাধিক্য মৰমৰ কোৰ্হাল বিষণ্ণতাত অন্ত পৰে 
তেনেহ'লে 
আপুনি মোৰ হৃৎ মৃদাত প্ৰৰূঢ় নোহোৱাই ভাল হ'ব.......
যদি মই আপোনাৰ দৈনিক পৰিশ্ৰান্তিৰ নিষ্কৃতিহে মাথোঁ 
তেনেহ'লে
আপুনি হৃৎ অংগীকাৰ-পত্ৰত মোৰ হোৱাৰ ভুৱা স্বাক্ষৰ নিদিয়াই ভাল হ'ব....... #Ar Poetry
#অতিৰিক্ত মৰম
#minequote 
#assamesequote
#qyquotes 
#yqthoughts   #YourQuoteAndMine
Collaborating with Ar Dutta

nojotouser9103025844

sangita

New Creator